অ’মিক্ৰন আক্ৰান্তলৈ চিকিৎসকৰ দিহা সংক্ৰমিত হ’লে পেৰাচিটামল গ্ৰহণ-গাৰ্গল কৰক

2021 7largeimg 290920815

আশংকাক সত্য প্ৰমাণিত কৰি ভাৰতত ক’ভিডৰ তৃতীয়টো ঢৌৰ আগমন ঘটিল । ক’ভিডৰ নতুন ঢৌৰ ব্যাপক সংক্ৰমণৰ আঁৰত কৰ’নাৰ নতুন প্ৰজাতি অ’মিক্ৰন জড়িত হৈ আছে । দেশৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একাধিক বিশিষ্ট চিকিৎসকে দেশবাসীক ক’ভিড প্ৰতিৰোধৰ বাবে কিছু নতুন দিহা আগবঢ়ালে ।

বিশিষ্ট চিকিৎসক দীপ্তেন্দ্ৰ সৰকাৰে পৰামৰ্শ দি কয়, ‘চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো দৰৱ গ্ৰহণ নকৰিব । কৰ’নাত আক্ৰান্ত হ’লে একমাত্ৰ চিকিৎসা হৈছে পেৰাচিটামল গ্ৰহণ কৰা আৰু সময়ে সময়ে গাৰ্গল কৰা । এই মুহূৰ্তত দৈনিক গড়ে ৫০ জন প্ৰতিৰোধৰ ক্ষেত্ৰত মাস্কে হৈছে একমাত্ৰ ভৰসা ।’

ডাঃ সৰকাৰে লগতে কয় যে তৃতীয়টো ঢৌৱে প্ৰতিষেধকৰ কার্যকাৰিতাক অতিক্ৰম কৰিলে আৰু প্ৰথম ভৌত আক্ৰান্ত লোকো ক’ভিডৰ নতুন প্ৰজাতিত সংক্ৰমিত হৈছে ।

Exit mobile version