দিনটোৰ ৰাশিফল

HORO2 1

মেষঃ অপ্ৰত্যাশিতভাৱে ধন লাভৰ যোগ আছে । কৰ্মসূত্ৰত ভ্ৰমণ যোগ । বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ । নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব । শুভ ৰং গোলপীয়া । শুভ সংখ্যা ৩ ।

বৃষঃ গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব । সম্প্ৰতি ক্ৰয়যোগ আৰ্থিক দিশত অসুবিধা পাব পাৰে । ফুৰা-চকাত সতৰ্ক হ’ব । চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব । শুভ ৰং নীলা । শুভ সংখ্যা ২ ।

মিথুনঃ বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ । নতুন নিযুক্তিৰ বাবে দূৰ যাত্ৰা শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভ আনন্দৰ কাৰকতা । পত্নীৰ লগত মন বিৰোধ । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৪ ।

কৰ্কটঃ পৈত্ৰিক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব । অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্তি আৰু ধনাগম । গৱেষকসকল সাফল্য লাভ । ভ্ৰমণ কৰিব পাৰে । শুভ ৰং নীলা । শুভ সংখ্যা ৮ ।

সিংহঃ পুৰণা মামলা মোকৰ্দমাৰ নিষ্পত্তি হ’ব পাৰে । বাধা বিঘিনিৰ মাজেদি কৰ্মত সফলতা । আয় বৃদ্ধাৰ বিকল্প চেষ্টাত সাফল্য । প্ৰেমত আবেগ । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৩ ।

কন্যাঃ উপাৰ্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ । দেহভাৱ বুলি ক’ব পাৰি । হেৰুৱা সম্পত্তি পুনঃপ্ৰাপ্ত অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে । শুভ ৰং হালধীয়া । শুভ সংখ্যা ১ ।

তুলাঃ আৰ্থিক দিশত অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা । প্ৰযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানী সাফল্য উল্লেখযোগ্য । বন্ধু ভাব দুৰ্বল । পাৰিবাৰিক সূচনা । শুভ ৰং বগা । শুভ সংখ্যা ৮ ।

বৃশ্চিকঃ ব্যৱসায়ত লাভৰ কাৰকতা । সমাজসেৱী সকলৰ সন্মান বৃদ্ধিৰ কাৰক । উচ্চ বিষয়া লগত শুভ যোগাযোগ বজায় থাকিব । ভ্ৰমণত কষ্ট পাব । শুভ ৰং মটিয়া । শুভ সংখ্যা ১ ।

ধনুঃ চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন । কৰ্মত নতুন পৰিকল্পনাত উপকৃত হ’ব । নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ ব্যয়ৰ মাত্ৰা বৃদ্ধি । দাম্পত্যত শুভ । শুভ ৰং নীলা । শুভ সংখ্যা ৮ ।

মকৰঃ কৰ্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব । আৰ্থিকত ভালেই দেখা যায় । আয়ৰ ক্ষেত্ৰত অনুকূল । বিদ্যাত শুভাশুভ ফল । স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক । শুভ ৰং ৰঙা । শুভ সংখ্যা ৩ ।

কুম্ভঃ ৰাজহুৱা কামত থকা সকলে সহানুভূতি লাভ সংবাদ । শৰীৰ কিছু উন্নত । দুই-এটা কামত বাধাৰ কাৰকতা । দিনৰ দুই বজাৰ পৰা কিছু উন্নত । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৫ ।

মীনঃ কৰ্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে । কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে । ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব । শৰীৰ বৰ উন্নত নাথাকিব । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ২ ।

Exit mobile version