মেষ : ঘৰুৱাত অস্থিৰতা কিছু পাতলিব। নতুন কোনে সংযােগত আহুকাল। শৰীৰ মধ্যম। আর্থিকত আবেদনকাৰীৰ সুযােগ। শুভ ৰং- বগা।
বৃষ : পুৱা দহটাৰ পৰা শুভ কর্মাদিত আগবঢ়াই ভাল। আর্থিকত মজলীয়া ফল পাব। মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব। প্ৰেমৰ বাধা। শুভ ৰং ৰঙা।
মিথুন : গধুৰ পৰিৱেশ যেন অনুভৱ হ’ব। সন্তানৰ বাবে চিন্তা থাকিব। ভ্ৰমণত সমস্যা থাকিব। দাম্পত্যত মধ্যম। বিদ্যাত শুভ। শুভ ৰং নীলা।
কর্কট : কর্মক্ষেত্ৰত দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ ইচ্ছা কৰিলে সুযােগ পাব। মামলা মােকদর্মত জয়ী হােৱাৰ সম্ভাৱনা। শুভ ৰং বগা।
সিংহ : অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আর্থিকত মধ্যম ফল পাব। বিদ্যাত সফলতা পাব। প্রেমত আৱেগিকতা বর্জনীয়। শুভ ৰং হালধীয়া।
কন্যা : শাৰীৰিক দুঃচিন্তাৰ কাৰণ নাই। চাকৰিয়ালৰ কর্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ’ব পাৰে। শুভ ৰং হালধীয়া।
তুলা : আর্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্রা বৃদ্ধি পাব বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব। শুভ ৰং গেৰুণ।
বৃশ্চিক : কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কর্মক্ষেত্ৰত দক্ষতাৰে আগুৱাব পাৰিব। আর্থিকত মজলীয়া অগ্রগতি। শুভ ৰং কমলা।
ধনু : নাৰীৰ বাবে দিনটো শুভ। মাটি-বাৰীৰ সম্পর্কে সু-সংবাদ লাভ কৰিব। বিদ্যাত শুভ । ভ্রমণ কৰিব পাৰে। ঘৰুৱা শুভ। শুভ ৰং গ্রীষ্ম।
মকৰ: ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব। শৰীৰৰ প্রতি অবজ্ঞা নকৰিব। সন্তানৰ ভালেই। শুভ ৰং বগা।
কুম্ভ : কামত উৎসাহ পাব। ঘৰুৱা দিশতাে সহানুভূতি থাকিব। বিদ্যার্থী বাবে দিনটো বেয়া নহ’ব। প্রেম-প্রণয়ত শুভ। শুভ ৰং কমলা।
মীন : কোনাে সংবাদত মিশ্রিত প্রতিক্রিয়া হ’ব পাৰে। বিদ্যাতাে ভালে নাযাব। দাম্পত্যত ভবামতে সুখী নহ’ব। শৰীৰ মধ্যম। শুভ ৰং চকলেট।