পুনৰ সফলতা চেমখৰৰ

"এই বিশেষ সময়খিনিত মোৰ আপোন শুভাকাংশী, উত্তৰ-পূবৰ ৰাইজ তথা অসমবাসীলৈ আৰু চেমখৰৰ স'তে জড়িত সকলোকে কৃতজ্ঞতা, মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ।

aimee

 

“20th Dhaka International Film Festival” ত চেমখৰে লাভ কৰিলে “Special Audience Award”।

এই কথা শ্বেয়াৰ কৰি জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই লিখিলে ,”এই বিশেষ সময়খিনিত মোৰ আপোন শুভাকাংশী, উত্তৰ-পূবৰ ৰাইজ তথা অসমবাসীলৈ আৰু চেমখৰৰ স’তে জড়িত সকলোকে কৃতজ্ঞতা, মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিলোঁ।

নিজৰ ঠাইখিনিক লৈ, আপোন ভাষটোৰে সমৃদ্ধ চেমখৰৰ এই প্ৰাপ্তিত সঁচাকৈয়ে সুখী হৈছোঁ।

Exit mobile version