গুৱাহাটী ক্লাব ৰ’টাৰীত প্ৰতিবাদ

নগাৱঁৰ ঘটনাক লৈ মহানগৰীত উত্তাল প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে সাৱ্যস্ত কৰে প্ৰতিবাদ।

নগাৱঁৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিলম্বনৰ দাবী প্ৰতিবাদকাৰীৰ।

কীৰ্তি কমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰো দাবী সংগঠন দুটাৰ।

Exit mobile version