দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ : দিনটোত বিশেষ সাৱধানেৰে চলা ভাল। বিদ্যার্থী সকল অধ্যয়নৰ ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখক। ঘৰুৱা দিশত আপােনাৰ কৰণীয় দায়িত্ব পালিত হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

বৃষ :বন্ধু ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব। বাহ্যিক কর্মত মন দিব লগা হােৱাত মূল কর্মত কিছু অৱহেলিত হ’ব পাৰে। দাম্পত্যত মত বিৰােধ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

মিথুন : ৰাতিপুৱা ১০ বজাৰ পৰা কিছুমান নভবা ব্যস্ততাই আপােনাক জড়িত কৰি তুলিব। বিদ্যাত মধ্যম ।মাতা-পিতাৰ কাৰণে দিনটো শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৬।

কর্কট : পৰাপক্ষত স্পর্শকাতৰ কথা এৰাই চলক। আর্থিক দিশত আয়ৰ মাত্রা বৃদ্ধি পাব। প্ৰেমত বাধা। বিয়া-বাৰুৰ যােগযােগত শুভ। শুভ ৰং মেৰুণ। শুভ সংখ্যা ২।

সিংহ: ঘৰুৱাত কিছু ভালেই দেখা যায়। দুই-এটা উপৰুৱা বিষয়ত অশান্তি আহিব পাৰে। কর্মক্ষেত্ৰত মানসিক অশান্তিৰ কাৰকতা। প্রেমত আনন্দ। শুভ ৰং ৰঙা। শুভ সংখ্যা ১।

কন্যা : কর্মক্ষেত্ৰত জটিলতা কিছু হ্রাস পাব। হাতলৈ অহা ধনৰ সদব্যৱহাৰ কৰে বুলিও অলপ বাধাগ্রস্ত হ’ব। শুভ ৰং সেউজীয়া। সংখ্যা ৫।

তুলা :প্ৰায়বােৰ কথাতে মন নিদিয়াই ভাল। মূল কথাৰ প্রতি সজাগ থকা। ভাল। দিনৰ শেষ ভাগত কোনােৱে নতুন আশা দেখি উৎসাহিত হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৬।

বৃশ্চিক :কর্মক্ষমসকলে অসুবিধাৰ মাজেৰে অগ্রগতি লগিব। মানসিক অৱস্থা মধ্যম। আশা কৰা কোনাে যােগাযােগত উপকৃত হ’ব পাৰে। শুভ ৰং ৰঙা। শুভ সংখ্যা ৯।

ধনু :খৰচ-পাতি ৰােধ কৰাৰ যত্ন কৰক। প্রাপ্য ধন আদায়ৰ সুযােগ পাব। বিদ্যাত বেয়া নহ’ব প্রেমত বাধা। ব্যক্তিত্ব আৰু ধৈর্য ৰক্ষা কৰি। চালক।শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

মকৰ : ক্রমে দিনটো উন্নত অনুভৱ কৰিব। কর্মব্যস্ত ব্যক্তিৰ আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যার্থীৰ বাবে দিনটো শুভ। চুটি ভ্রমণ হ’ব পাৰে। প্রেম-প্রণয়ত উৎসাহ। শুভ ৰং নীলা। শুভ সংখ্যা ৮।

কুম্ভ :পুৱা ভাগতকৈ আবেলি ভাগত উন্নত ফল লাভ কৰিব। কর্মস্থানত ভালেই দেখা যায়। বিদ্যাৎ কিছু আশাপদ। শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে। শুভ ৰং কলা। শুভ সংখ্যা ৭।

মীন : কর্মস্থানত নতুন আনন্দ লাভৰ আশা দেখিব। বেংক কর্মীসকল নিজৰ দক্ষতা দেখুৱাব পাৰিব। হাতলৈ ধন অহাৰ যােগ আছে। প্রেম-প্রণয়ে সাময়িক বাধা। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

Exit mobile version