কলমৌ শাকৰ উপকাৰিতাৰ

kangkong 57bb83723df78c8763391472

★ কলমৌৱে গৰ্ভমতী মহিলাৰ ডায়েবেটিজ ৰোগৰ উপশম ঘটায়৷

★ সন্তানসম্ভৱা নাৰীৰ উপৰিও স্তনপান কৰোৱা মাতৃ আৰু শিশুৰ বাবেও কলমৌ উপযোগী৷

★ আইৰণে এনিমিয়া আঁতৰোৱাত সহায় কৰে৷

★ কলমৌ জণ্ডিচ আৰু লিভাৰৰ আন আন ৰোগতো উপকাৰী ।

★ খৰ, খজুৱতি, এথলেট ফুট আৰু আন চৰ্মৰোগৰ চিকিৎসাত সহায়ক৷ ছালৰ উজ্জ্বলতা বঢ়ায়৷

★ জ্বৰ কমোৱাত সহায়ক কলমৌ৷

★ সকলোধৰণৰ কৃমিৰ বিনাশক৷

★শৌচ-কচা নিৰ্মূল কৰে৷ লগতে হজম শক্তি বঢ়ায়৷

★দুৰ্বলতা, আভোক ভাৱ আঁতৰ কৰে আৰু মুখলৈ ৰুচি অনাৰ উপৰিও শৰীৰৰ শ্ৰীবৃদ্ধি বঢ়ায়৷ বহুদিন ৰোগত ভুগি স্বাস্থ্যৰ অৱনতি ঘটিলে কলমৌ শাক সিদ্ধ কৰি ভাতৰ লগত খালে উপকৃত হব৷

Exit mobile version