দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ : সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব। বিদ্যার্থীসকলৰ শুভ। যাত্রা শুভ হ’ব। শুভ সংখ্যা ৩।

বৃষ : বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ সংখ্যা ২২।

মিথুন : কোনাে বিশেষ কামত সফল হ’ব। শৰীৰৰ প্ৰতি হেলা নকৰিব। সন্ধিয়া ছবজাৰ পাছত যাত্রা নকৰিব। আপােনাৰ শুভ ৰং কমলা। শুভ সংখ্যা ৫।

কর্কট : ব্যৱসায় বাণিজ্যত উন্নতি। যােগাযােগত খুব বেয়া নহয়। ৰঙা। ৰং শুভ। ৰঙা ৰঙৰ ফুলেৰে পূজা কৰিব আৰু ৰঙা সূতাৰে হাতত পাচ পাক দি মেৰিয়াই ল’ব। যাত্রা শুভ হ’ব। শুভ সংখ্যা ২।

সিংহ : সন্তানৰ ওপৰত সতর্কতাৰ প্রয়ােজন। যাত্রা কৰিলে চাই-চিতি কৰিব। শুভ ৰং সেউজীয়া। পাৰিবাৰিক অশান্তিত ভূগিব। সােণালী শুভ ৰং।

কন্যা : শিল্পীসকলে কর্মত সফলতা লাভ কৰিব। দিনৰ ১২ বজাৰ পাছত যাত্রা কৰিলে যাত্রা শুভ হ’ব। হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব। সংখ্যা ৭।

তুলা : দিনটো উন্নত হ’ব। কর্মত বাধা আছে। শিৱৰ মন্ত্র জপ কৰিব। পাতল ক্রীম ৰঙৰ বস্ত্র পৰিধান কৰিব। যাত্রা কৰােতে সাৱধান হ’ব। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৯।

বৃশ্চিক :কোনাে কামত সফলতা লাভ কৰিব। আজি আপুনি যাত্রা কৰিলে বেঙুণীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব। যাত্ৰাৰ বাবে দিনটো শুভ। শুভ সংখ্যা ৮।

ধনু : ব্যৱসায়ত অনুকুল প্ৰভাৱ পৰিব। পাৰিবাৰিক ক্ষেত্ৰটো দিনটো শুভ। যাত্ৰাত মেৰুণ ৰং ব্যৱহাৰ কৰিব। বিদ্যাত শুভ। শুভ সংখ্যা ১।

মকৰ:কর্মত কঠোৰ পৰিশ্ৰমৰ অন্তত লাভৰ মুখ দেখা পাব। দাম্পত্যত মতবিৰােধ হ’ব পাৰে। যাত্রা কৰিলে পাতল হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব। শুভ সংখ্যা ৯।

কুম্ভ: আর্থিক দিশত বাধাগ্রস্ত হ’ব। কোনাে শুভ কথাত মন আনন্দিত হ’ব। শুভ ৰং কমলা। এই ৰঙৰ ব্যৱহাৰে আপােনাৰ যাত্রা শুভ। শুভ সংখ্যা ১১।

মীন: কর্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতবিৰােধ। প্ৰেমত আনন্দ। পৰাপক্ষত যাত্রা নকৰাই ভাল। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

Exit mobile version