Cholesterol : কলেষ্টেৰলৰ সমস্যাত ভুগিছে ? সুস্থ থাকিবলৈ খাওঁক এই কেইটা ফল

1643526155 2091510 1

আপেল : কলেষ্টেৰল বা হৃদযন্ত্রৰ কোনো সমস্যা থাকিলে চিকিৎসসকলে সকলো সময়তে আপেল খোৱাৰ পৰামৰ্শ দিয়ে। আপেলে হৃদযন্ত্ৰত তেজ গোট মাৰিবলৈ নিদিয়ে। ইয়াৰ উপৰিও, কলেষ্টেৰলও নিয়ন্ত্ৰণত ৰাখে।

নেমু : ভিটামিন চি যুক্ত নেমুয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ,কলেষ্টেৰল মাত্ৰা স্বাভাৱিক ৰখাত সহায় কৰে ।

আঙুৰ : প্ৰচুৰ পৰিমাণে ফাইবাৰে সমৃদ্ধ আঙুৰ শৰীৰত কলেষ্টেৰল মাত্ৰা সঠিক ৰাখে আৰু হৃদৰোগ কমাই ।

কিউয়ি : শৰীৰত বেয়া কলেষ্টেৰলৰে লগতে ভাল কলেষ্টেৰলো থাকে । কিউয়িয়ে ভাল কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি কৰে ।

Exit mobile version