গঁড়চুক থানাৰ সমীপতে চোৰৰ চাফাই অভিযান

গঁড়চুক থানাৰ সমীপতে চুৰি কাণ্ড ।মিচিচিপি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ নামৰ প্ৰতিষ্ঠানখনত চুৰি। প্ৰতিষ্ঠানখনৰ পৰা নিশা চোৰে লৈ গ’ল প্ৰিণ্টিং মেছিন।

প্ৰতিষ্ঠানত সংলগ্ন চিচিটিভি কেমেৰাত আৱদ্ধ চুৰিৰ সমগ্ৰ দৃশ্য। চিচিটিভি কেমেৰাত আৱদ্ধ চোৰৰ মুখমণ্ডলো। গঁড়চুক থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ আঁতৰত এই চুৰি কাণ্ড।

Exit mobile version