প্ৰমোদ বড়োই নিৰ্বাচনৰ সময়ত দিয়া এটাও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই : প্ৰকাশ বসুমাতাৰী

বিটিছিত ইউপিপিএল ,বিজেপি , জিএছ পি মিত্ৰ জোটৰ চৰকাৰ শাসনৰ এটা বছৰ অতিক্ৰম কৰাৰ লগে লগে বিৰোধীয়ে আৰম্ভ কৰিছে বোকা ছটিওৱা ।

দোতমা সমষ্টিৰ এমছিএলএ তথা কোকৰাঝাৰ জিলা যুব বিপিএফৰ সভাপতি প্ৰকাশ বসুমাতাৰীয়ে এক সাক্ষাৎকাৰত কয় যে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ চিফ প্ৰমোদ বড়োয় ৰাইজক দিয়া প্ৰতিশ্ৰুতি এটাও পালন কৰিব পৰা নাই ।সেইবাবে ৰাইজে এতিয়া বৰ্তমানৰ চৰকাৰ খনক প্ৰত্যাখান কৰিছে ।

Exit mobile version