নিৰ্মলা সীতাৰমণে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে

বিত্ত ৰাজ্যিক মন্ত্ৰী ড০ ভাগৱত কিষাণৰাও কাৰাড, শ্ৰী পংকজ চৌধুৰী আৰু বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বিত্ত মন্ত্ৰী  নিৰ্মলা সীতাৰমণে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰে।

ADVERTISEMENT

 

Exit mobile version