বিটিছিত এখন হিজিৰাৰ চৰকাৰ চলি আছে এই চৰকাৰে ৰাইজৰ একো উন্নয়ণ কৰিব নোৱাৰে : ৰবিৰাম নাৰ্জাৰীৰ

বিটিছিত বিপিএফৰ ১৭ বছৰীয়া শাসনত উৎখাৎ কৰি শাসনৰ গাদীত বহা প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰক কটাক্ষ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ।

প্ৰমোদ বড়ো নেতৃত্বধীন ইউপিএল চৰকাৰ খনৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰি কয় যে বিগত এটা বছৰে এই চৰকাৰখনে একো কৰিব পৰা নাই আৰু অনাগত চাৰি বছৰতো একো কৰিব নোৱাৰে ।

এই চৰকাৰ মেৰুদণ্ড হীন চৰকাৰ , এই চৰকাৰ হীজৰাৰ চৰকাৰ ইয়াৰ পৰা ৰাইজে একো আশা কৰিব নোৱাৰে বুলি অভিযোগ কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ ।

সমষ্টিৰ উন্নয়ণৰ বাবেই মহাজোট এৰি আমি মিত্ৰজোটত চামিল হৈছো বুলিও প্ৰকাশ কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে ।

Exit mobile version