মহানগৰীত পুনৰ জব্দ উৎকৃষ্ট মানদণ্ডৰ হেৰইণ

7ab9fe9a 5fc7 42a2 a8d4 48803977b989

মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ।

যোৱানিশা এখন ট্ৰাকৰ পৰা ৪.৫ কেজি উৎকৃষ্ট মানদণ্ডৰ হেৰইণ জব্দ ।

অভিযানত হেৰইন সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ।

সৰবৰাহকাৰী দুজন মণিপুৰৰ ম:ইডমি(ঠোৱাল)আৰু ম: নবাজ খান।

ড্ৰাগছ সৰবৰাহকাৰীয়ে ন ন কৌশলেৰে সৰবৰাহ অব্যাহত ৰাখিছে। যোৱানিশা জব্দ হোৱা হেৰইণখিনি ট্ৰাক খনৰ বাম্পাৰত ভৰাই অনা হৈছিল।

বশিষ্ঠ আৰক্ষী থানাত ৰুজু হোৱা কেচ 151/2022 21c 24 29 NDPS ACT

হেৰইণ খিনি মৰৱে হৈ ম্যানমাৰৰ পৰা মণিপুৰ হৈ উত্তৰ ভাৰতলৈ সৰবৰাহ কৰিবলৈ অনা হৈছিল।

জব্দ হোৱা হেৰইণ খিনিৰ আন্তঃ ৰাষ্ট্ৰীয় বজাৰত মূল্য ৩১.৫ কোটিৰ পৰা ৩৬ কোটি।

Exit mobile version