দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ : যিকোনাে কামকে ভাবি-চিন্তি কৰক। বাঞ্ছিত ফল লাভত বাধা পাব। ঘৰুৱা সিদ্ধান্ত লােৱাত গুৰুজনৰ লগত আলােচনা কৰক। বিদ্যাত সিমান নিৰাশ নহ’ব। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা-২

বৃষ :অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ। অধি কর্মবােজা পৰিলেও কিছু নিয়ন্ত্রণ কৰক। প্রেম-প্রীতিত খুব বেয়া নহ’ব। অর্মলাভত উপকৃত হ’ব। ব্যৱসায়ত শুভ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা-৭।

মিথুন :আর্থিকত বেয়া দেখা নাযায়। সাধাৰণ খৰচ-পাতি অৱশ্যে বৃদ্ধি হােৱাৰ সম্ভাৱনা বিদ্যাত সাধাৰণ উন্নতি। যােগ্যতাৰ পুৰস্কাৰ পাব। প্রেম-প্রীতিত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা-৬

কর্কট :কর্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক। খৰচ বৃদ্ধি পাব। সাধাৰণ শৰীৰৰ দুশ্চিন্তা। দাম্পত্যত মােটামুটি সুখৰ কাৰক। উদ্বিগ্নতাৰ সমাধানৰ উৎস। শুভ ৰং হালধীয়া। শুভ সংখ্যা-১।

সিংহ: নতুন আশাৰে আনৰ লগত কথা-পাতি সুখ পাব। দিনটোত ব্যৱসায়ীসকল লেন-দেন কৰােতে সাৱধান হ’ব। আর্থিক দিশত ধন হানি হােৱাৰ যােগ। শুভ ৰং বগা। শুভ সংখ্যা-৯।

কন্যা :মজলীয়াভাৱে দিনটো পাৰ হ’ব। হঠাৎ কাৰােবাৰ লগত মতান্তৰৰ সৃষ্টি হ’ব পাৰে। বিদ্যাত মধ্যম। ভ্রমণাদিত আর্থিক হানিৰ যােগ। আলহীৰ আগমন। শুভ ৰং গুলপীয়া। শুভ সংখ্যা-৪।

তুলা :পৰাপক্ষত কাকো কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। যাত্রাদিত বাধাপ্রাপ্ত হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা-৭।

বৃশ্চিক:ওলােটাভাৱে আপােনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব। আনৰ কথাত বেছি প্রাধান্য নিদিব। বিদ্যাত শুভ। দাম্পত্যত বিৰােধ। শুভ ৰং বেঙুণীয়া। শুভং সংখ্যা-১

ধনু: অকাৰণ বা কাৰণতেই হওক কোনােৰ লগত মত বিৰােধ হােৱাৰ আশংকা। লেন-দেনত সাৱধান থাকক। শৰীৰ ভালেই বুলিব পাৰি। ঘৰুৱা দিশত দুশ্চিন্তা নাই। শুভ ৰং সেউজীয়া। শুভ সংখ্যা-৬।

মকৰ :দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কাৰক। নতুন কোনাে যােগাযােগত উৎসাহিত। শৰীৰত পুৰণি বেমাৰে আমনি কৰিব। বন্ধুবৰ্গৰ প্রতি সাৱধান। শুভ ৰং নীলা। শুভ সংখ্যা-২

কুম্ভ: মজলীয়া হলেও উন্নত। দূৰ যােগাযােগত বাধাপ্রাপ্ত পেটৰ অসুখৰ কাৰক। বিদ্যাত নিৰাশ নহ’ব। ব্যৱসায়ত ঋণৰ কাৰকতা। প্ৰেমত সাধাৰণ মতান্তৰ। শুভ ৰং বগা। শুভ সংখ্যা-৬

মীন: আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব। বিদ্যাত মধ্যম। প্ৰেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা-২।

Exit mobile version