দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ : কর্মত শুভ। নিজকে শক্তিশালী কৰি ৰাখিব। আনৰ কথাত মন নিদিব। বগা বস্তু পৰিধান কৰিব। শুভ সংখ্যা ৮।

বৃষ :নিজৰ অহৰ্তাৰ ওপৰত স্থিতি নিয়ন্ত্রণ কৰিব। পুৰণি কামবােৰ সফল হ’বনে হৈ আছে। বিদ্যাত শুভ, শুভ ৰং হালধীয়া, শুভ সংখ্যা

মিথুন :স্বাস্থ্যৰ প্রতি নজৰ ৰাখক। মনৰ চঞ্চলতা বাঢ়িব। কর্মত মাধ্যম, নীলা কাপােৰ পৰিধান কৰিব। শুভ সংখ্যা ১।

কর্কট : বন্ধুবৰ্গৰ পৰা দূৰত থাকক। মনলৈ কোনাে দুচিন্তা আহিব পাৰে। উচ্চাকাংক্ষা বজায় ৰাখক; কর্মত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

সিংহ :মনৰ অশান্তি বাঢ়িব। প্ৰেমত মাধ্যম। আয়তকৈ ব্যয় বৃদ্ধি। নতুন সংস্থাপনৰ যােগ আছে। গেৰুৱা ৰং শুভ সংখ্যা ৬।

কন্যা :দিনতাে অধিক ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। বন্ধুৰ পৰা দূৰত থাকক। শুভ ৰং কলা, শুভ সংখ্যা ৪।

তুলা :নিজৰ স্থিতি বজাই ৰাখি কাম কৰক পুৰণি হেৰুৱা বস্ত ঘূৰাই পােৱা আশা আছে। পূৱা তুলসীৰ তলত পানী ঢালিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।

বৃশ্চিক :বন্ধুবৰ্গৰ পৰা দূৰত থাকক নাইবা অযথা শক্ত বৃদ্ধি পাব। শিক্ষার্থীৰ বাবে শুভ। কর্মত মাধ্যম। প্ৰেমত শুভ; বেঙুনীয়া ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ২।

ধনু :মনৰ অস্থিৰতা বাঢ়িব। ব্যৱসায়ত শুভ। ভ্ৰমণ কৰতাে সোঁফালৰ পৰা কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৭।

মকৰ : ব্যৱসায়ত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। মনৰ অশান্তি আছে যদিও দিনতাে ভালে যাব। শুভ সংখ্যা ৪।

কুম্ভ :ব্যৱসায়ত মাধ্যম, নতুন কাম সুযােগ পাৰব পাৰে। দূচিন্তা মনলৈ আহিব নিদিব; আর্থিক লাভৰ সম্ভাৱনা আছে। বগা বস্তু ব্যৱহাৰ কৰক। শুভ সংখ্যা ১।

মীন :অতিৰিক্ত ব্যয় হ’ব পাৰে। নিজৰ ভাৰসাম্য বজায় ৰাখক। আর্থিকত ভাল বিদ্যাত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

Exit mobile version