ছয় ফেব্ৰুৱাৰীৰ পৰা উত্তৰ প্ৰদেশত খােল খাব সকলাে শিক্ষানুষ্ঠান

school A 860

দেশত কৰ’নাৰ সংক্ৰমণ ক্রমে অৱনমিত হ’বলৈ ধৰিছে। উত্তৰ প্রদেশতাে ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ আহিছে।

ক’ভিড পৰিস্থিতি উন্নত হােৱাৰ প্রতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশত সকলাে শিক্ষানুষ্ঠান অহা ছয় ফেব্ৰুৱাৰীৰ পাছত মুকলি কৰাৰ সিদ্ধান্ত ল’লে যােগী আদিত্যনাথৰ চৰকাৰে।

শেহতীয়াকৈ মুখ্যমন্ত্রী যােগীয়ে এই কথা ঘােষণা কৰি লগতে কয় যে ছয় ফেব্ৰুৱাৰীৰ পাছত ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পুনৰ মুকলি কৰা হ’ব যদিও শিক্ষার্থী লগতে শিক্ষক-কর্মচাৰীয়ে ক’ভিড নীতি-নির্দেশনা মানি চলিব লাগিব।

Exit mobile version