তুষাৰপাতৰ অভিলেখ দার্জিলিঙত : ২০ বছৰৰ পাছত বৰফৰ চাদৰে ঢাকিলে ঘুম

S cover e1582786035559

তুষাৰপাতৰ এক নতুন অভিলেখ ৰচিত হ’ল দার্জিলিংসহ কাছিয়াঙত। বছৰৰ ষষ্ঠ তুষাৰপাতত আছন্ন হ’ল দার্জিলিঙৰ ঘুমসহ কাছিয়াঙৰ চটকপুৰ।

ADVERTISEMENT

চলিত বছৰৰ দিনত ষষ্ঠবাৰৰ বাবে তুষাৰবৃত হ’ল দার্জিলিং। টাইগাৰ হিল, চান্দাকফুত স্বাভাৱিক তুষাৰপাত হলেও ঘুমসহ চটকপুৰৰ বিগত ২০ বছৰৰ পাছত সর্বাধিক তুষাৰপাত হ’ল।

শুকুৰবাৰেও বৃষ্টিপাত অব্যাহত থকাৰ লগতে দার্জিলিং, কালিম্পং, কাছিয়াঙৰ বহু অঞ্চল বৰফৰ চাদৰৰে ঢাক খাই পৰে।

Exit mobile version