দিনটোৰ ৰাশিফল

909207 horoscope

মেষ : কর্মত শুভ। নিজকে শক্তিশালী কৰি ৰাখিব। আনৰ কথাত মন। নিদিব। বগা বস্ত্র পৰিধান কৰিব। শুভ সংখ্যা-৮

বৃষ :নিজৰ অৰ্হতাৰ ওপৰত স্থিতি নিয়ন্ত্রণ কৰিব। পুৰণি কামবােৰ সফল হ’বনলৈ গৈ আছে। বিদ্যাত শুভ, শুভ ৰং হালধীয়া। শুভ সংখ্যা-৫।

মিথুন : স্বাস্থ্যৰ প্রতি নজৰ ৰাখক। মনৰ চঞ্চলতা বাঢ়িব। কর্মত মাধ্যম, নীলা কাপােৰ পৰিধান কৰিব। শুভ সংখ্যা- ১

কর্কট: বন্ধু বৰ্গৰ পৰা দূৰত থাকক। মনলৈ কোনাে দুচিন্তা আহিব পাৰে। উচ্চাকাংক্ষা বজায় ৰাখক! কর্মত শুভ। শুভ ৰং ৰঙা। শুভ সংখ্যা-৩।

সিংহ :মনৰ অশান্তি বাঢ়িব। প্ৰেমত মাধ্যম। আয়তমৈক ব্যয় বৃদ্ধি। নতুন সংস্থা মনৰ যােগ আছে। গেৰুৱা ৰং শুভ। শুভ সংখ্যা-৬।

কন্যা :দিনটো অধিক ব্যস্ততাৰ মাজেৰে পাৰ হ’ব। বন্ধুৰ পৰা দূৰত থাকক। শুভ ৰং কলা। শুভ সংখ্যা-৪।

তুলা : নিজৰ স্থিতি বজাই ৰাখি কাম কৰক পুৰণি গেৰুৱা বস্তু ঘূৰাই পােৱা আশা আছে। পুৱা তুলসীৰ তলত পানী ঢালিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

বৃশ্চিক :বন্ধুবৰ্গৰ পৰা দূৰত থাকক নাইবা অযথা শত্ৰু বৃদ্ধি পাব। শিক্ষার্থী বাবে শুভ। কর্মত মাধ্যম, প্রেমত শুভ, বেঙুণীয়া ৰং ব্যৱহাৰ কৰক। শুভং সংখ্যা-২

ধনু : মনৰ অস্থিৰতা বাঢ়িব। ব্যৱসায়ত শুভ। ভ্ৰমণ কৰাতাে সোঁ ফালৰ পৰা কৰিব। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা-৭।

মকৰ :ব্যৱসায়ত কিছু জটিল সমস্যা সম্মুখীন হ’ব পাৰে। মনৰ অশান্তি আছে যদিও দিনতাে ভাল যাব। শুভ ৰং ক’লা। শুভ সংখ্যা-৪

কুম্ভ : ব্যৱসায়ত মাধ্যম; নতুন কাম সুযােগ পাব পাৰে। দূ-চিন্তা মনলৈ আহিব নিদিব। আর্থিক লাভব সম্ভৱনা আছে; বগা বস্তু ব্যৱহাৰ কৰক। শুভ সংখ্যা-১

মীন : অতিৰিক্ত ব্যয় হ’ব পাৰে। নিজৰ ভাৰসাম্য বজায় ৰাখক; আর্থিকত ভাল বিদ্যাত শুভ; শুভ ৰং নীলা। শুভ সংখ্যা-৫।

Exit mobile version