দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ : সম্পত্তি লেন-দেন কৰা পৰা দূৰত থাকক; কর্মত উন্নতি হ’ব। শুভ সংবাদ পাব পাৰে। ৰঙা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা-৩

বৃষ : ব্যৱসায়-বাণিজ্যত ভবা মতে উন্নতি লাভ কৰিব পাৰিব; পৰিয়ালৰ পৰা আনন্দিত হ’ব; স্বাস্থ্যৰ প্রতি যত্ন লােৱা উচিত, শুভ ৰং নীলা। শুভ সংখ্যা-৫।

মিথুন : শত্ৰুৰ পৰা সাৱধান হওক। নিজৰ কৰ্মৰ ওপৰত সমাজৰ লগতে পৰিয়ালৰ পৰা আশা পাব। ভ্ৰমণত শুভ, শুভ ৰং কমলা। শুভ সংখ্যা-৮।

কর্কট : মন্দিৰ দৰ্শন কৰিলে অধিক লাভবান হ’ব; পাৰিবাৰি অশান্তি হ’ব পাৰে। কর্মক্ষেত্র শুভ, শুভ ৰং বগা। শুভ সংখ্যা- ৫।

সিংহ :বন্ধুবৰ্গৰ পৰা দূৰত থাকক। নতুন বস্তু বা বাহন ক্রয় কৰা যুগ আছে, মনৰ স্থিৰতা ৰাখক। হতাশা নহ’ব, শুভ ৰং হালধীয়া। শুভ সংখ্যা-২।

কন্যা :ব্যৱসায়-বাণিজ্যত লাভবান হ’ব, মনৰ দুর্বলতা বাঢ়িব যদিও কিছু বার্তাই আনন্দিত দিব; চাকৰি প্ৰাৰ্থীৰ চাকৰি যােগ আছে। সেউজীয়া কাপােৰ ব্যৱহাৰ কৰক, শুভ ৰং গােলপীয়া। শুভ সংখ্যা-৪।

তুলা : নতুন চিন্তা মনলৈ আহিব, কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব; পাৰিবাৰীত অশান্তি হ’ব পাৰে, শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩।

বৃশ্চিক : নতুন ব্যক্তিৰ সংগই আনন্দিত দিব, কর্মক্ষেত্ৰত নিজৰ দক্ষতাৰ ওপৰত স্থিতি দিব পাৰিব। আর্থিক দিশত লাভৱান হ’ব। শুভ, ৰং বেঙুণীয়া । শুভং সংখ্যা- ৯।

ধনু : ব্যৱসায়ী সকলৰ ক্ষেত্ৰত পুৰণি সমস্যা সমাধান হ’ব; অধিক ধন খৰছ নকৰিব। বিদ্যাত শুভ! প্রেমত মধ্যম, শুভ বগা ৰং। শুভ সংখ্যা- ৮||

মকৰ:অধিক বিশ্বাসে বিপদত পেলাব পাৰে; সময় আৰু ধৈয্য ফলত লাভন্বিত হ’ব। বিবাহ প্রার্থীৰ বিবাহৰ যুগ আছে; কর্মত শুভ, শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা-৪

কুম্ভ : কর্মক্ষেত্ৰত নিজৰ কৰ্মৰ ওপৰত প্রশংসা পাব। শত্ৰু বাঢ়িব যদিও একো ক্ষতি কৰিব নােৱাৰিব; শুভ ৰং গেৰুৱা। শুভ সংখ্যা-৫

মীন :কর্মক্ষেত্ৰত কঠিন সমস্যাৰ সন্মুখীন হ’ব পাৰে। খৰচ বৃদ্ধি;বিদ্যাত শুভ। ভ্ৰমণৰ যুগ, শুভ ৰং চকলেট। শুভ সংখ্যা-৯।

Exit mobile version