দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ : কর্মস্থানত জটিলতা বাঢ়িব, উৎকণ্ঠা বাঢ়িব, প্রেমত শুভ, মনৰ দৃঢ়তা বাঢ়িব। নীলা ৰং শুভ। শুভ সংখ্যা – ৪

বৃষ : দুষ্টলােকৰ পৰা আঁতৰত থাকক, ধনৰ আক্ৰমণৰ যুগ, দুচিন্তা কমিব। শৰীৰৰ প্রতি যত্ন লওক, শুভ ৰং মেৰুণ। শুভ সংখ্যা-৮।

মিথুন :নতুন যােগাযােগ আনন্দি দিব, বাহণ ক্ৰয় কৰিব পাৰিব, কোনাে নতুন কর্ম সংস্থাপন যুগ আছে, শুভ ৰং সােণালী। শুভ সংখ্যা- ৩।

কর্কট :নিজৰ কৃতিত্ব অটুট থাকিব, শৈশৱ স্মৃতি ৰােমন্থন কৰি নষ্টালজি হৈ পৰিব কর্মক্ষেত্র মাধ্যম, ধর্মীয় অনুষ্ঠানত অংশগ্রহণ কৰি আনন্দিত হ’ব, গেৰুৱা শুভ ৰং। শুভ সংখ্যা- ৪।

সিংহ :অবাবত ধন অপচয় হ’ব পাৰে; মনৰ সাহস আৰু উন্নতি বাঢ়িব। আনৰ প্রতি দায়বদ্ধতা বাঢ়িব, কর্মক্ষেত্ৰত মাধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা-১।

কন্যা : কর্মত ভৱিষ্যতৰ আশা দেখিবলৈ পােৱা যায়, দাম্পত্য মাধ্যম, মূল্যবান সম্পদ লাভ কৰিব পাৰি। শুভ ৰং গােলপীয়া। শুভ সংখ্যা-৪।

তুলা :দক্ষতা বৃদ্ধি পাব, পুৰণি সমস্যা সমাধান হ’ব, বিদ্যাত শুভ, ভ্ৰমণত শুভ। নীলা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৫।

বৃশ্চিক : কর্মস্থানত মাধ্যম, অন্যৰ ওপৰত নিৰ্ভৰ নকৰিব। দাম্পত্য বিৰােধী হ’ব পাৰে। বগা ৰং শুভ। শুভং সংখ্যা- ১।

ধনু : মাংগলিক অনুষ্ঠান অংশগ্রহণ কৰিব পাৰিপ। বন্ধুবৰ্গৰ সংগই। ক্ষতিসাধক কৰিব পাৰিব। বগা ৰং শুভ। শুভ সংখ্যা ৯।

মকৰ : সাৱধানে চলক, নতুন যােগাযােগ উৎসাহিত কৰিব; শুভ, শুভ ৰং হালধীয়া। শুভ সংখ্যা-৩।

কুম্ভ : বিদ্যাত মাধ্যম, দূৰ যােগাযােগ বাধাপ্রাপ্ত হ’ব পাৰে, বিয়াৰ সংযােগ, মেৰুণ শুভ ৰং। শুভ সংখ্যা- ৭

মীন : শাৰীৰিক আৰু মানসিক অশান্তি বাঢ়িব, কর্মক্ষেত্র কিছু বাধা আছে। প্ৰেমত আৰু দাম্পত্য শুভ ৰং সেউজীয়া। শুভ সংখ্যা- ২।

Exit mobile version