মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Himanta Biswa Sarma tw3 620x400 1

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিডৰ ওপৰত থকা সকলো বাধা নিষেধ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হৈছে৷ কেৱল মাস্ক পৰিধান কৰা আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰা বাধ্যতামূলক ৷

মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থীয়ে ক’ভিডৰ দুয়োপালি ভেকচিন ল’ব লাগিব ।

সভা-সমিতিত আৰু চিনেমা হলসমূহত প্ৰতিষেধক লোৱাসকলহে উপস্থিত থাকিব পাৰিব ৷

Exit mobile version