দিনটোৰ ৰাশিফল

horoscope 2 1200 1 1 2

মেষ : কর্মক্ষেত্ৰত আর্থিক লেনদেনত সাৱধান থাকিব। স্বামী-স্ত্রীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। উচ্চ শিক্ষার্থে বিদেশ যাত্ৰাৰ সম্ভাৱনা। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

বৃষ :আয়-উপার্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বাে দেখা নাযায়। ব্যৱসায়ত মধ্যম উন্নতি। প্রেম প্রণয়ত সুখ বৃদ্ধি পাব। শুভ ৰং গােলপীয়া, শুভ সংখ্যা ৯।

মিথুন : চাকৰি পৰিৱৰ্তনৰ পৰিকল্পনা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অর্জন কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্রেমত আন্তৰিকতা। শুভ ৰং নীলা, শুভ সংখ্যা ৫।

কর্কট : বিবাহৰ যােগাযােগ শুভ। বিদ্যার্থীৰ বাবে শুভ দিন। যানবাহন ক্রয় কৰিব পাৰে। সন্তানৰ কৃতিত্বই আনন্দিত হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

সিংহ : বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল। নাপাব। আর্থিক সমস্যাই বিব্রত কৰিব। নিবনুৱাৰ কৰ্ম লাভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

কন্যা :কর্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে৷ প্ৰেমত অশান্তি। আর্থিক আশানুৰূপ ফল পাব। শুভ ৰং গােলপীয়া, শুভ সংখ্যা ৮।

তুলা :শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব। নতুন ব্যৱসায় সফলতা লাভ। গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰিব। শুভ ৰং পাতল, শুভ সংখ্যা ৬।

বৃশ্চিক: ব্যৱসায়ত উন্নতিৰ যােগ। বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্ৰমণত দ্রব্য লাভ। প্ৰেমত ঘৰুৱা বাধা। কর্মক্ষেত্ৰত শুভ ফল পাম্ভ। শুভ ৰং মেৰুণ শুভ সংখ্যা ৪।

ধনু : আর্থিকত পােৱা কষ্টৰ কিছু হলেও লাঘৱ হ’ব। বিদ্যাত মধ্যম। দাম্পত্যত চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব। শুভ ৰং কমলা, শুভ সংখ্যা ৯।

মকৰ: বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্রত সুপুৰীয়াৰ পৰা সাৱধান থাকিব। দৈহিক ক্ষেত্ৰত শুভ ফল পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫।

কুম্ভ : আর্থিক উন্নতিত বাধা। বিদ্যাত যত্নৰ ত্ৰুটি নকৰিব। শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব চাকৰিয়ালৰ বাবে শুভ দিন ।শুভ ৰং হালধীয়, শুভ সংখ্যা ৬ ।

মীন:ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্ৰত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

Exit mobile version