দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ : ব্যৱসায় বাণিজ্যত মাধ্যম। অর্থ হানি হ’ব পাৰে, পাৰিবাৰিক শুভ। কুকুৰণ ৰুটি খােৱাৰ স্বাস্থ্য বাবে ভাল। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।

বৃষ : শৰীৰত কিছু বিষ অনুভৱ হ’ব পাৰে। কৰ্মৰ যােগেদি নিজৰ লক্ষ্য স্থিৰ কৰিব পাৰিব পাৰিবাৰিক মাধ্যম। শুভ ৰং নীলা, শুভ সংখ্যা ২।

মিথুন :দিনতাে মাধ্যম, নতুন সম্পত্তি ক্রয় কৰিব পাৰিব, সামাজিক আৰু ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ কিছু মনৰ অস্থিৰতা বাঢ়িব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।

কর্কট :অযথা খৰচে আর্থিক প্রভাৱ পেলাব। আত্মীয়ৰ পৰা অপমানিত হ’ব পাৰে, ব্যৱসায়ত মাধ্যম। শুভ ৰং গােলপীয়া, শুভ সংখ্যা ৬।

সিংহ : পুৰণি বন্ধুৰ পৰা সহানুভূতিয়ে আনন্দিত কৰিব। স্বাস্থ্যৰ প্রতি যত্ন লওক; সম্প্রতি ক্ৰয় কৰা যুগ আছে। বিদ্যার্থী সকলৰ শুভ। শুভ ৰং ৰঙা শুভ সংখ্যা ৫।

কন্যা : অর্থ লাভৰ যুগ আছে। মানসিক শান্তি স্থিতি বজাই ৰাখক; হালধীয়া, ৰং ব্যৱহাৰ কৰক; কর্মক্ষেত্র আশাৰ সঞ্চাৰ হ’ব। শুভ সংখ্যা ৩।

তুলা : স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লওক। প্ৰেমত মাধ্যম, কর্মত শুভ, পাৰিবাৰিক অশান্তি হ’ব পাৰে। অভিজ্ঞ ব্যক্তিৰ সংগই আনন্দিত হ’ব। শুভ ৰং বাদামী, শুভ সংখ্যা ৯।

বৃশ্চিক: কর্মত ক্ষেত্রত কঠোৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। আর্থিকত লাভৱান হ’ব। ভ্ৰমণৰ শুভ, শুভ ৰং গােলপীয়া, শুভ সংখ্যা ৮।

ধনু : ব্যক্তিগত জীৱন আৰু পাৰিবাৰিকত শুভ, হঠাৎ অহা সংবাদে আনন্দিত কৰিব, শত্রু বাঢ়িব। স্বাস্থ্য মাধ্যম, শুভ ৰং আকাশী, শুভ সংখ্যা ৩।

মকৰ : কর্মস্থানত ব্যস্ততা বাঢ়িব। লক্ষ্য স্থিৰ কৰাত সুফল পাব। আর্থিক পৰিস্থিতিত স্বাভাৱিক; অত্যাধিক খৰচ নকৰিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

কুম্ভ : চৰকাৰী চাকৰি কৰা সকলে অধিক লাভৱান হ’ব, মূৰৰ বিষৰ কাৰণে কষ্ট পাব। আর্থিক সম্পত্তি লাভ কৰিব; শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ৭।

মীন :ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্ৰত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্রেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

Exit mobile version