দিনটোৰ ৰাশিফল

horoscope 1641822047

মেষ : কর্ম আৰু ইচ্ছা শক্তি গতি বৃদ্ধি পাব। কর্মক্ষেত্ৰত কর্মযুগ দেখা যায়। বিদ্যাত শুভ; শত্ৰুৰ বৃদ্ধি পাব। শুভ ৰং নীলা, শুভ সংখ্যা ৪।

বৃষ :বিদ্যাত সুফল পাব, ব্যৱসায়ীসকলে নতুন নতুন সুযােগ পাব পাৰে,কর্মক্ষেত্ৰত কোনাে প্রসংগত অসুবিধাৰ সন্মুখীন হ’ব। শুভ ৰং বগা, শুভ সংখ্যা ৪।

মিথুন : দুই এটা সম্ভাব্য যােগাযােগৰ দ্বাৰা আনন্দিত হ’ব, পাৰিবাৰিক সমস্যা থাকিব, শৰীৰ প্রতি যত্ন লওক, শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।

কর্কট : আত্মীয়ৰ পৰা শুভ সংবাদ পাব। কর্মস্থানত কোনাে প্রভাৱশালী ব্যক্তি সান্নিধ্য উপকৃত হ’ব পাৰিব, আর্থিকত শুভ, শুভ ৰং কমলা, শুভ সংখ্যা ৭।

সিংহ : কোনাে শুভ সংবাদ পাব পাৰে। পাৰিবাৰিক শুভ কিন্তু পৰিৱেশ অনুকূল থাকিব; আর্থিক দিশত শুভ। শুভ ৰং ৰঙা শুভ সংখ্যা ৯।

কন্যা : কর্মসূত্রে দূৰ ভ্ৰমণ কৰিব পাৰিব, বঞ্চিত কৰ্মৰ উন্নতিৰ যুগ আছে। প্রেমত শুভ, হালধীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ২।

তুলা :শৰীৰ কিছু উন্নত হ’ব। যােগ্য ব্যক্তিৰ মানসম্মান বাঢ়িব। ৰাজনৈতিক লগত জড়িত ব্যক্তিৰ ব্যস্ততা বাঢ়িব। কর্মক্ষেত্ৰত উন্নতি হ’ব, শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।

বৃশ্চিক : ব্যৱসায়ত মাধ্যম, বিদ্যাথীসকল সতর্ক থাকক। পাৰিবাৰিক অশান্তি হ’ব পাৰে। প্ৰেম আৰু দাম্পত্য শুভ, শুভ ৰং গােলপীয়া, সংখ্যা ৪।

ধনু : ব্যৱসায়িক ক্ষেত্ৰত নিজৰ দক্ষতা বজাই ৰাখকক, দূৰ সম্পৰ্কীয় আত্মীয়ৰ পৰা কষ্ট পাব পাৰে। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

মকৰ : কর্মস্থানত ক্ষেত্ৰত মাধ্যম যদিও দুই বজাৰ পাছত ভাল দেখা যায়। মনৰ শান্তি অটুট ৰাখক, বন্ধু-বৰ্গৰ পৰা দূৰত থাকক; শুভ ৰং নীলা, শুভ সংখ্যা ২।

কুম্ভ : বুদ্ধিজীৱী আৰু পৰিৱেশ প্রেমীৰ বাবে অনুকূল ‘সময়’ বন্ধু উপদেশত উন্নতিৰ কৰিব পাৰিব। হঠাৎ দুচিন্তা বৃদ্ধি পাব। মাটিয়া ৰং শুভ, শুভ সংখ্যা ৫।

মীন : দিনটোত আশা কৰা ধৰণে ধন আগমন হ’ব; অযথা চিন্তাই ক্ষতি কৰিব। সন্তানৰ বাবে শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮।

Exit mobile version