দিনটোৰ ৰাশিফল

horoscope oct 11

মেষ :যােগাযােগত ব্যতিক্রমৰ মাজেৰে আনন্দ পাব। শৰীৰ মােটামুটি ভালেই যাব। বিদ্যা ক্ষেত্রত শুভ ফল পাব পাৰে, কিন্তু কর্মক্ষেত্ৰত সৰু-সুৰা বাধা আহিব পাৰে। বিবাহৰ যােগাযােগত শুভ ফল পােৱাৰ সম্ভাৱনা

বৃষ :ব্যয় বৃদ্ধিৰ কাৰকতা। ঘৰুৱা কোন কাৰণত মানসিক ক্লেশ থাকিব। বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব পাৰে কর্ম ক্ষেত্ৰত মজলীয়া ফল পাব। বন্ধুৰ বিশ্বাস অর্জন। ব্যৱসায়ত শুভ।

মিথুন :নানা ক্লেশৰ মাজতাে আয় স্থিমিত নহ’ব। ব্যৱহাৰিকত আপােনাৰ ধৈৰ্য্য অটুট থাকিব। সন্তানৰ বাবে মধ্যম দিন। উদ্যোগী ব্যক্তিৰ আনন্দ লাভ। অনাৱশ্যক কাৰণত অর্থ ব্যয় নকৰিব। প্রেমত বাধা।

কর্কট: ঘৰুৱা পৰিৱেশ প্রায় অনুকূল। ভাই-ভনীৰ বাবে আশাবাদী। বিদ্যাত খুব বেয়া নহ’ব। আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। কর্মত নতুন সুযােগ পাব। চাকৰিত মধ্যম উন্নতি।

সিংহ :ব্যৱসায়ত মধ্যম উন্নতি। ৰাজনীতিবিদসকলে সাৱধানে চলক। বিদ্যাত খুব বেয়া নহ’ব। শাৰীৰিক অশান্তি সামান্য থাকিব।

কন্যা : কর্মক্ষেত্ৰত সহকৰ্মীৰ সহায় পাব। দাম্পত্যত ভালেই দেখা যায়।আর্থিকত আয়ৰ তুলনাত ব্যয় বেছি হ’ব। সামাজিক ক্ষেত্ৰত মান-সন্মান বৃদ্ধি পাব। বায়ু মার্গে ভ্ৰমণৰ যােগ। বিদ্যাত শুভ।

তুলা : আর্থিক দিশত আয়-ব্যয় প্রায় সমান। বিদ্যাত যত্ন লােৱাৰ দৰকাৰ। উদ্বিগ্নতাই দেহৰ অশান্তি আনিব পাৰে। প্ৰেমত বন্ধুৰ সহায় পাব। দূৰ ভ্ৰমণ নকৰিব। নতুন সংবাদত আনন্দ।

বৃশ্চিক :কর্মক্ষেত্ৰত নেতৃস্থানীয় ব্যক্তিৰ প্ৰেৰণা লাভ। ব্যৱসায়িক যিকোনাে চুক্তি সম্পাদনৰ ক্ষেত্ৰত অনুকূল। মাতৃৰ শৰীৰ মধ্যম। আর্থিত মধ্যম। পঢ়া-শুনা অৱজ্ঞা নকৰিব।

ধনু :শৰীৰ বৰ উন্নত নাযাব পাৰে। আর্থিকত খৰচ বৃদ্ধি পাব। বিদ্যাত যত্ন লােৱাৰ আৱশ্যক। ব্যৱসায়ত কোনাে আৱেগক স্থান নিদিব।

মকৰ : অনুকূল দিন। কর্মতৎপৰতা থাকিব। ভাবি-গুণী আগবাঢ়াক শুভ হ’ব। আর্থিক অগ্রগতিত বাধা নাপাব। শৰীৰ মধ্যম। বিবাহৰ কথাত আগবাঢ়িব পাৰে।

কুম্ভ : আর্থিক উন্নতিৰ যােগ সামান্য। খােৱা-বােৱাত সাৱধান থাকিব। ব্যৱসায়ত আয় বৃদ্ধিত বাধাপ্রাপ্ত হ’ব পাৰে। মাতৃৰ ভালেই। সন্তানৰ বাবে সামান্য দুশ্চিন্তা থাকিব।

মীন:বিদ্যাত শুভ। অতিপাত পৰিশ্ৰম নকৰিব। ঘৰুৱাত খুব বেয়া নহ’ব। প্রাপ্য ধন আদায়ৰ সুযােগ পাব। প্রেম-প্রণয়ত বেয়া নহ’ব।

Exit mobile version