দিনটোৰ ৰাশিফল

horoscope oct 11

মেষ : কর্মক্ষেত্ৰত ভ্ৰমণৰ যোেগ হঠাৎ লােৱা সিদ্ধান্তই আনন্দিত কৰিব। প্ৰেমত আনন্দ দিব। বিদ্যাত শুভ। পাতল নীলা কাপােৰ পৰিধান কৰিৰ দিনটো শুভ হ’ব। শুভ সংখ্যা -৪

বৃষ : মাটি সম্পত্তি কিনােতে অলপ সাৱধান হ’ব। কর্মস্থানত কামৰ হেচা বাঢ়িব। প্রেমত খেলিমেলি হ’ব পাৰে শুভ ৰং নীলা। শুভ সংখ্যা ৬

মিথুন : দায়িত্ব আগতকৈ অলপ বাঢ়িব। নতুন কর্মৰ বাবে দূৰ ঠাই ভ্রমণ কৰিব পাৰিব। সামাজিক আৰু ৰাজনৈতিক সকলৰ বাবে শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্য -৩

কর্কট :অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শতা সংকট মুক্ত কৰিব ভবাতকৈ অধিক ধন আগমন হ’ব। আর্থিক ভাল। বগা কাপােৰ পিন্ধিব। শুভ সংখ্যা ৩।

সিংহ : আর্থিক ভাল। ভ্ৰমণত শুভ। পুৰণা মামলা মাের্কদমা পৰা মুক্ত হ’ব। প্রেমত শুভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮।

কন্যা : হেৰুৱা সম্পত্তি পুনৰ প্ৰান্তিৰ হ’ব পাৰে। বিদ্যাত শুভ। আর্থিকত শৰীৰ সম্পর্কে উদাস নহ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ২।

তুলা : বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি সমৃদ্ধি বজাই ৰাখক। নীলা বস্ত্র পৰিধান কৰক। শুভ সংখ্যা ১।

বৃশ্চিক :সমাজসেৱী সকলক অলপ সতর্ক থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যােগযােগ বজায় ৰাখক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

ধনু : শৰীৰৰ প্রতি যত্ন লােৱা দৰকাৰ। নিজৰ অৰ্হতাৰ ওপৰত যােগ্য স্থান প্রাপ্তিৰ যােগ। শুভ ৰং কলা। শুভ সংখ্যা ৯।

মকৰ : কর্মত শুভ। নিজৰ মান-সম্মান বচায় কাম কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। স্বাস্থ্যৰ প্রতি নজৰ দিয়ক। শুভ ৰং কমলা। শুভ সংখ্যা ৮।

কুম্ভ : ৰাজনৈতিক আৰু সমাজকর্মী সকলৰ বাবে শুভ। কর্মত মধ্যম। প্রেমত শুভ ৰং পাতল সেউজীয়া । শুভ সংখ্যা ৩।

মীন : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যােৱা টান। শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা -৭

Exit mobile version