পৰীক্ষা অনুস্থিতকৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘােষণা দিল্লী বিশ্ববিদ্যালয়ৰ

Delhi University Reopening

দিল্লী বিশ্ববিদ্যালয়ে পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘােষণা কৰিলে। এই ঘােষণা অনুসৰি বিশ্ববিদ্যালয়খনে অহা মার্চ, এপ্রিল, মে’ আৰু জুনত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব।

মার্চ আৰু এপ্রিলত দিল্লী বিশ্ববিদ্যালয়ে ‘অপেন বুক ফর্মের্ট’ পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিব। আনহাতে, মে’ আৰু জুনত ‘ফিজিকেল ম’ড’ত পৰীক্ষা অনুষ্ঠিত হ’ব।

বিশ্ববিদ্যালয়ৰ ঘােষণা অনুসৰি ছেমিষ্টাৰ প্ৰথম, তৃতীয় আৰু পঞ্চমৰ পৰীক্ষা ‘অপেন বুক ফর্মেটত আৰু ছেমিষ্টাৰ দ্বিতীয়, চতুর্থ আৰু ষষ্ঠৰ পৰীক্ষা ‘ফিজিকেল ম’ড’ত অনুষ্ঠিত হ’ব।

Exit mobile version