জানুৱাৰীত দেশত ১২.৯৬ শতাংশলৈ হ্ৰাস পাইকাৰী মুদ্রাস্ফীতি

indias inflation uncomfortably high moodys analytics

জানুৱাৰীত দেশত একেৰাহে দ্বিতীয়টো মাহৰ বাবে পাইকাৰী মুদ্রাস্ফীতি হ্রাস পালে। যােৱা মাহত দেশত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল ১২.৯৬ শতাংশ।

ADVERTISEMENT

অৱশ্যে জানুৱাৰীত দেশত খাদ্য দ্রব্যৰ মূল্যবৃদ্ধি অব্যাহত থাকে। ডিচেম্বৰ ২০২১ত দেশত মুদ্রাস্ফীতি ১৩.৫৬ শতাংশলৈ বৃদ্ধি পাইছিল।

২০২১ৰ জানুৱাৰীত ভাৰতত পাইকাৰী মুদ্রাস্ফীতিৰ হাৰ আছিল মাত্র ২.৫১ শতাংশ।

Exit mobile version