এলন মাস্কে দান কৰিলে ৫.৭ বিলিয়ন ডলাৰৰ শ্বেয়াৰ

Elon Musk 02 Reuters

বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি তথা টেছলা আৰু স্পেচ এক্সৰ স্বত্বাধিকাৰী এলন মাস্কে নিজকে দানবীৰ প্রমাণিত কৰিলে।

ADVERTISEMENT

আমেৰিকাৰ সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি যােৱা বছৰৰ নৱেম্বৰত মাস্কে তেওঁৰ বৈদ্যুতিক গাড়ী নির্মাতা প্রতিষ্ঠান টেছলাৰ ৫,০৪৪,০০০ ডলাৰৰ শ্বেয়াৰ দান কৰিছিল।

মাস্কে এই শ্বেয়াৰ যােৱা ১৯ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰৰ সময়ছােৱাত দান হিচাপে আগবঢ়াইছিল। সামাজিক মাধ্যমত মাস্কে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি যােৱা নৱেম্বৰত টেছলাৰ ৫.৭ বিলিয়ন ডলাৰ মূল্যৰ শ্বেয়াৰ তেওঁ এটা ন্যাসক দান দিছিল। অৱশ্যে কোন ন্যাসক মাস্কে শ্বেয়াৰ দান দিলে সেয়া সদৰী কৰা নাই।

Exit mobile version