দিনটোৰ ৰাশিফল

Horoscopes Astrology star sign 1540148

মেষ: যিকোনাে কামকে ভাবি-চিস্তি কৰক। বাঞ্চিত ফ লাভত বাধ্য পাব। ঘৰুৱা সিদ্ধান্ত লােৱাত গুৰুজনৰ লগত আলােচনা কৰক। বিদ্যাত সিমান নিৰাআশ নহ’ব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা

বৃষ : অন্তৰংগ বন্ধু-বান্ধৱীৰ লগত আনন্দ। অধি কর্মবােজা পৰালেও কিছু নিয়ন্ত্রণ কৰক। প্রেম-প্রীতিত খুব বেয়া নহ’ব। অর্মলাভত উপকৃত হ’ব। ব্যৱসায়ত শুভ। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭।

মিথুন : আর্থিকত বেয়া দেখা নাযায়। সাধাৰণ খৰচ-পাতি অৱশ্যে বৃদ্ধি হােৱাৰ সম্ভাৱনা বিদ্যাত সাধাৰণ উন্নতি। যােগ্যতাৰ পুৰস্কাৰ পাব। প্রেম-প্রীতিত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

কর্কট : কর্মক্ষেত্ৰত নিজৰ দায়িত্ব সম্পর্কে সচেতন হওক। খৰচ বৃদ্ধি পাব। সাধাৰণ শৰীৰৰ দুশ্চিন্তা দাম্পত্যত মােটামুটি সুখৰ কাৰক। উদ্বিগ্নতাৰ সমাধানৰ উৎস। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

সিংহ : নতুন আশাৰে আনৰ লগত কথা পাতি পাব। দিনটোত ব্যৱসায়ীসকল লেন-দেন কৰােতে সাৱধান হ’ব। আর্থিক দিশত ধন হানি হােৱাৰ যােগ। শুভ ৰং বগা, শুভ সংখ্যা ৯।

কন্যা : মজলীয়াভাৱে দিনটো পাৰ হ’ব। হঠাৎ কাৰােবাৰ লগত মতান্তৰৰ সৃষ্টি হ’ব পাৰে। বিদ্যাত মধ্যম। ভ্রমণাদিত আর্থিখ হানিৰ যােগ। আলহীৰ আগমন। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।

তুলা : পৰাপক্ষত কাকে কঠোৰ বাক্য ব্যৱহাৰ নকৰিলে দিনটোত উন্নত ফল পাব। ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া। যাত্রাদিত বাধাপ্রাপ্ত হ’ব। শুভ ৰং নীলা, শুভ সংখ্যা ৭।

বৃশ্চিক : ওলােটাভাৱে আপােনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব। আনৰ কথাত বেছি প্রাধান্য নিদিব। বিদ্যাত শুভ। দাম্পত্যত বিৰােধ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ১।

ধনু: অকাৰণ বা কাৰণতেই হওক কাৰৰ লগত মত বিৰােধ হােৱাৰ আশংকা। লেনদেনত সাৱধান থাকক। শৰীৰ ভালেই বুলিব পাৰি। ঘৰুৱা দিশত দুশ্চিন্তা নাই। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬।

মকৰ :দিনটোত অলপ সাৱধানে চলিবলৈ চেষ্টা কৰক। নতুন কোনাে যােগাযােগত উৎসাহিত। শৰীৰত পুৰণি বেমাৰে আমনি কৰিব। বন্ধুবুৰ্গৰ প্রতি সাৱধান। শুভ ৰং নীলা, শুভ সংখ্যা ২।

কুম্ভ: মজলীয়া হ’লেও উন্নত। দূৰ যােগাযােগত বাধাপ্রাপ্ত পেটৰ অসুখৰ কাৰক। বিদ্যাত নিৰাশ নহ’ব। ব্যৱসায়ত ঋণৰ কাৰকতা। প্রেমত সাধাৰণ মতান্তৰ। শুভ ৰং বগা, শুভ সংখ্যা ৫।

মীন: আর্থিক দিশত আয় বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্ৰত সৰু-সুৰা বাধাৰ মাজেদি অগ্ৰসৰ হ’ব লাগিব। বিদ্যাত মধ্যম। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ২।

Exit mobile version