দিনটোৰ ৰাশিফল

horoscope oct 11 1

মেষ : বিদ্যা শুভ, মানসিক শান্তি; মামলা মাের্কদমা জয় লাভ, শৈশৱৰ স্মৃতি। ৰােমন্থন, ভ্ৰমণত শুভ। শুভ ৰং বগা। শুভ সংখ্যা- ২।

বৃষ : কর্মস্থানত ব্যস্ততা বৃদ্ধি, শিৱ মন্দিৰ দৰ্শনত শুভ হ’ব। পূর্বে দূৰ ভ্রমণ। নকৰিব; বন্ধু বৰ্গৰ পৰা সাৱধান। শুভ ৰং মূগা। শুভ সংখ্যা- ৬।

মিথুন :কর্ম-বিদ্যাত শুভ, বন্ধু বৰ্গৰ পৰা উপকূল হ’ব, সা-সম্পতি লাভ কৰিব পাৰে। পাৰিবাৰিক মাধ্যম, পাতল নীলা। শুভ ৰং নীলা। শুভ সংখ্যা ৮ ।

কর্কট: প্ৰভাৱশালী লােকৰ সহযােগীতা পাব; দুঃসাহসি কামত আনৰ উৎসাহ পাব। কর্মস্থান নিজৰ স্থিতি বজাই ৰাখক, ব্যয় বৃদ্ধি, শুভ ৰং বগা। শুভ সংখ্যা ২।

সিংহ আর্থিক বিষয়ত চিন্তা থাকিব, স্বাস্থ্য মাধ্যম, কর্মস্থানত উন্নতি । নিৰামিষ খাওক, শুভ, ৰং হালধীয়া। শুভ সংখ্যা ৬।

কন্যা : কর্মক্ষেত্ৰত সচেতন হওক, শিৱ মন্দিৰ দৰ্শন কৰক। নিষ্ঠা আৰু সততা বৃদ্ধি অর্থ লাভ; ক্রীম ৰং ব্যৱহাৰ কৰক; শুভ সংখ্যা ৩।

তুলা :কর্মত বিচক্ষণতা প্রকাশ পাব, বেলগছত পানী দিয়ক; জুইৰ পৰা সাৱধান। শুভ ৰং মাধ্যম। শুভ সংখ্যা ৮ |

বৃশ্চিক : বিদ্যাত শুভ, কর্মস্থানত মাধ্যম, অবাৱত ধন খৰচ হ’ব পাৰে। স্বাস্থ্য কিছু দুর্বল, নিমদ্রব্য সেৱন নকৰিব; সােণালী শুভ ৰং। শুভ সংখ্যা ২।

ধনু : খৰচ বৃদ্ধি, কর্মক্ষেত্ৰত মাধ্যম; আত্ম অহংকাৰ বৃদ্ধি; পদ্দোনতি যােৱা.ভ্ৰমণত কষ্ট; শুভ ৰং মুগা। শুভ সংখ্যা ৭।

মকৰ :কর্ম ব্যস্ততা বৃদ্ধি; ব্যৱসায়ী, ৰাজনৈতিক ক্ষেত্ৰত জড়িত লােকৰ সা-সন্মান বৃদ্ধি আপােনাৰ সৰলতা সুযােগ আনে ল’ব পাৰে, শিৱক স্মৰণ কৰক শুভ ৰং নীলা। শুভ সংখ্যা ৫।

কুম্ভ :কর্ম উন্নতি; স্বাস্থ্যৰ প্রতি যত্ন লওক, প্ৰেমত কষ্ট; হঠাৎ অর্থ লাভে আনন্দিত কৰিব; শুভ ৰং কমলা। শুভ সংখ্যা ০।

মীন : ব্যৱসায় শুভ উন্নতিৰ যােগ; ভ্রমণ মাধ্যম, কোনাে ব্রাহ্মণক লগৰ দান। কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ১।

Exit mobile version