দিনটোৰ ৰাশিফল

horoscope oct 11 1

মেষ :কর্মস্থানত মাধ্যম। সূর্য পূজা কৰক; ঘৰুৱা সামগ্রী ওপৰত নজৰ দিয়া ব্যয় বৃদ্ধি; শুভ ৰং ৰঙা। শুভ সংখ্যা- ২।

বৃষ : পৰিৱেশ অস্থিৰ হ’ব। শৰীৰ প্রতি যত্ন লওক; কর্মত শুভ; দুখীয়া অনুদান কৰক; ৰং ব্যৱহাৰ কৰা। শুভ সংখ্যা- ১।

মিথুন :কর্মদক্ষতা ওপৰত সা-সন্মান বৃদ্ধি। ভ্ৰমত মাধ্যম; বিদ্যাত কিছু। জটিল আছে; ব্যয় বৃদ্ধি, গােপন শত্ৰু বৃদ্ধি। গােলপীয়া শুভ ৰং। শুভ সংখ্যা ৩।

কর্কট : কর্ম ব্যস্ততা বৃদ্ধি। দুখীয়া তন্ন-বস্ত্র দান কৰক, শত্রু নাশ, খৰচৰ মাত্রা বৃদ্ধি, সেণালী শুভ ৰং। শুভ সংখ্যা ৪।

সিংহ : তীর্থ ভ্ৰমণৰ কৰি যোেগ। লিখক, ৰাজনীবিদ, সমাজকর্মী আদিৰ সন্মান। বৃদ্ধি আয় বৃদ্ধি; প্রেমত বাধা, শুভ ৰং ৰঙা। শুভ সংখ্যা ৭।

কন্যা : কোনাে শুভ সংবাদ পাব পাৰে। প্ৰেমত কষ্ট, ভ্ৰমণত শুভ; শত্ৰুৰ পৰা। সাৱধান, নীলা ৰং ব্যৱহাৰ কৰক, শুভ সংখ্যা ৩।

তুলা : কর্মত উন্নতিৰ যুগ। নতুন বিদ্যাত ফলৱৰ্তী হ’ব; হঠাৎ শৰীৰ কিছু অসুস্থ হ’ব পাৰে। প্ৰেমত মাধ্যম; ভ্রমণ নকৰাই ভাল। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

বৃশ্চিক : কর্মত উদাৰতা থাকিব। প্ৰেমত শুভ; মন্দিৰ দর্শনে আনন্দ দিব। মাটি সম্পর্কত ক্ৰয় কৰিব পাৰিব; শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।

ধনু : কর্মস্থানত ধৈয্যৰ প্ৰয়ােজন; যান-বাহনৰ পৰা সাৱধান; পাৰিবাৰিক মনােমালিন্য। শুভ ৰং বেঙুণীয়া। শুভ সংখ্যা ৬।

মকৰ : কর্মস্থানত উন্নতি যােগ। প্ৰদূষণৰ পৰা সাৱধান; কোনাে প্রভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব পাৰিব। ঘৰুৱা কামত ব্যস্ততা বৃদ্ধি, শুভ ৰং সােণালী। শুভ সংখ্যা ৩।

কুম্ভ : কিছু জটিল সমস্যাৰ সমাধান কৰিব লাগিব। ধর্মস্থান ভ্রমণৰ আনন্দিত হ’ব। চিন্তাশীল আৰু জনহিতক কামত সুমল; শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৮ ।

মীন : কার্য সিদ্ধি হ’ব; নীলম ৰং ধাৰণ কৰিব; বন্ধবৰ্গৰ পৰা সহায় পাব,খৰচ বৃদ্ধি, শত্ৰু কমিব। দাম্পত্য মাধ্যম। ক্রীম শুভ ৰং। শুভ সংখ্যা ৫।

Exit mobile version