চিৰাঙৰ বৰতালোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা

চিৰাঙৰ বৰতালোৱাত মাৰুতি কাৰৰ ওপৰত বাগৰিল ট্ৰেলাৰ গাড়ী।

মাৰুতি কাৰৰ ভিতৰতে আবদ্ধ হৈ আছে চাৰিজনকৈ লোক।

বৰ্তমানলৈকে লোক কেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

৩১ নং চিৰাং ৰাষ্ট্রীয় ঘাই পথ অৱৰোধ ৰাইজৰ ।

ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰ ভূলৰ বাবে বাৰে বাৰে সংঘটিত হৈ আহিছে দুৰ্ঘটনা।

Exit mobile version