দিনটোৰ ৰাশিফল

Image 2 1642769098318 1645369791863

মেষ : কর্মস্থানত মাধ্যম; দূৰ ভ্ৰমণৰ যােগ, বিদ্যা বুদ্ধিত শুভ; সন্তানক লৈ চিন্তা বাঢ়িব। শৰীৰত বিষ হ’ব পাৰে। শুভ ৰং মুগা। শুভ সংখ্যা ২।

বৃষ : কর্মোন্নতিত আনৰ প্ৰভাৱ পৰিব পাৰে। বিখ্যাত লােকৰ সংগ পাব। পাৰে। ভ্রমণ নকৰাই ভাল, শুভ ৰং নীলা। সংখ্যা ৫।

মিথুন : পশ্চিম দিশত ভ্ৰমণত লাভৱান হ’ব। শত্রু নাশ হ’ব, গােপন তথ্যৰ সন্ধান পাব পাৰে; আর্থিক ব্যয়, শৰীৰ মাধ্যম, শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।

কর্কট : কর্মস্থানত উচ্চ পদস্থ ব্যক্তিৰ পৰা লগত সাক্ষ্য হ’ব পাৰে। খৰু বৃদ্ধি সু-সংবাদ পাব; কিছু পৰিস্থিতিৰ লগত মােকাবেলা কৰিব লগা হ’ব পাৰে। শু ৰং সেউজীয়া। শুভ সংখ্যা ৭ |

সিংহ: ধার্মিক দিশ প্রকাশ পাব। কর্মব্যস্ততা বাঢ়িব, শৰীৰ মাধ্যম, আর্থিক চিন্তা বৃদ্ধি। বিষ্ণু ভগৱানক পূজা কৰিব। বগা শুভ ৰং। সংখ্যা ৩।

কন্যা : কোনাে যােগাযােগৰ পৰা লাভবান হ’ব পাৰে। কর্মস্থানত মাধ্যম ; শিং থকা জীৱ-জন্তুৰ পৰা সাৱধান হওক; প্ৰেমত কষ্ট, মাখন ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৫।

তুলা : লেখক-লেখিকাৰ সুনাম বৃদ্ধি, সততা ৰক্ষা পৰিব, শৰীৰ ভাল, কম ব্যস্ততা বাঢ়িব; দাম্পত্য শুভ। নতুন সংস্থাপন পাব পাৰে। ব্যয় বৃদ্ধি, শুভ ৰং হালধীয়া। সংখ্যা ৪।

বৃশ্চিক : যানবাহনত কষ্ট হ’ব পাৰে; কর্মত মাধ্যম, নিজৰ শক্তিৰ বিশ্বাস ৰাখক ব্যয় বৃদ্ধি, হালধীয়া শুভ ৰং। শুভ সংখ্যা ৩।

ধনু : কর্মক্ষেত্রত সন্মান বৃদ্ধি; মনত দু-চিন্তা নানিব, খৰচৰ মাত্র বৃদ্ধি; শৰীৰত পুৰণি বেমাৰ কষ্ট দিব পাৰে। শুভ ৰং কমলা। শুভ সংখ্যা ৮।

মকৰ : কর্মত জটিল হ’ব। বন্ধুৰ পৰা সাধৱান হওক; দুষ্ট লােকৰ পৰা সাধৱান হওক, বিদ্যাত শুভ; সােণালী শুভ ৰং। শুভ সংখ্যা ৩ ।

কুম্ভ : বাত বিষ হ’ব পাৰে; ব্যৱসায় বাণিজ্যত শুভ, আনৰ ওপৰত ভৰসা নকৰিব। সমস্যা সমাধান হ’ব; আকাশী নীলা শুভ ৰং। শুভ সংখ্যা ২।

মীন : নতুন যােগাযােগৰ অনুকূল আশা; বিদ্যাত মাধ্যম, আকস্মিক কোনাে সুযােগ সম্ভৱনা আছে। মেৰুণ শুভ ৰং। শুভ সংখ্যা ৬।

Exit mobile version