দিনটোৰ ৰাশিফল

Image 2 1642769098318 1645369791863

মেষ : শক্র কমিব, ঘৰুৱা কামত উন্নতি হ’ব; ব্যৱসায় লাভজনক, শৰীৰ অলপ কষ্ট অনুভৱ হ’ব., শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

বৃষ : দক্ষতা আৰু সন্মান বৃদ্ধি; কর্মত উন্নতি, কিন্তু গােপন শত্ৰুৰ পৰা সাৱধান; শৰীৰ মধ্যম, বিদ্যাত শুভ; শুভ ৰং বগা। শুভ সংখ্যা ৭।

মিথুন : ব্যয় অধিক, ঘৰুৱা সদস্যৰ পৰা অশান্তি হ’ব; ভ্ৰমণত কষ্ট; ক্ষোভ হতাশা আঁতৰিব; মেৰুণ শুভ ৰং। শুভ সংখ্য ৪।

কর্কট : কর্মস্থানত নতুন উদমেৰে কাম কৰিব পাৰিব; বন্ধুবৰ্গৰ পৰা সাৱধান হওক। অযথা খৰচ নকৰিব; শুভ ৰং গােলপীয়া। শুভ সংখ্যা ৫।

সিংহ : কর্মত স্থানত মাধ্যম; বন্যপ্রাণীৰ পৰা সাৱধান হওক, দাম্পত্য কিছু সমস্যা সম্মুখীন হ’ব পাৰে; সৰলতাৰ সুযােগ আনে ল’ব পাৰে। বগা শুভ ৰং। শুভ সংখ্যা ৩।

কন্যা :নতুন কর্ম সংস্থাপনৰ বাট মুকলি হ’ব; গাড়ী-মাটি ক্রয় কৰিব পাৰিব। দাম্পত্য শুভ; উগ্র সাহস প্রদর্শন নকৰিব; হালধীয়া শুভ ৰং। শুভ সংখ্যা ৮।

তুলা: কর্ম আৰু আর্থিক উন্নতি, ব্যস্ততা বৃদ্ধি; ব্যয় বৃদ্ধি, উৎসাহ-উদ্বিপতা বৃদ্ধি পাব; শিক্ষার্থীৰ সকলৰ শুভ, গােলপীয়া শুভ ৰং। শুভ সংখ্যা ৯।

বৃশ্চিক : কর্মস্থানত শুভ; প্ৰেমত শুভ; পাৰিবাৰিক শান্তি; বিদ্যাত মধ্যম, শৰীৰৰ প্রতি যত্ন লওঁক। বগা শুভ ৰং। শুভ সংখ্যা ৬।

ধনু :চৰকাৰী চাকৰিয়ালৰ পদ্দোন্নতি যুগ; দুখীয়াক বস্ত্র-অন্ন দান কৰিব; অন্ধবিশ্বাস মনৰ নাৰাখিব, উৎকণ্ঠা আঁতৰিব গােলপীয়া শুভ ৰং। শুভ সংখ্যা ২।

মকৰ: আর্থিক অসুবিধা হ’ব পাৰে, কর্মস্থানত উন্নতি, বিদ্যাত শুভ, কলা গুৰুৰক ৰুটি খুৱাব; শুভ ৰং কমলা। শুভ সংখ্যা ৪

কুম্ভ : কর্ম মাধ্যম যদিও কিছু সমস্যা থাকিব পাৰে; দাম্পত্য শুভ; আর্থিক সম্পত্তি হানি হ’ব পাৰে; মাটিয়া শুভ ৰং। শুভ সংখ্যা ৫।

মীন: বিদ্যাত মাধ্যম, শৰীৰ কিছু দুর্বল হ’ব পাৰে; মন্দিৰ দৰ্শনে অধিক লাভ হ’ব, প্রেমত বাধা, ৰঙা শুভ ৰং। শুভ সংখ্যা ১।

Exit mobile version