দীঘলী পুখুৰী পাৰত আছুৰ প্ৰতিবাদ

গুৱাহাটীৰ আমবাৰী,গুৱাহাটী ক্লাব, ৰেলৱে ষ্টেচন ৰ মাটি বণিয়াক গতাই দিয়াৰ প্ৰতিবাদত বিক্ষোভ । সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এই কাৰ্যসূচী ।

ADVERTISEMENT
Exit mobile version