আজি ইউক্ৰেইনৰ খাৰকিভত গুলিয়াগুলিত এজন ভাৰতীয় ছাত্ৰ নিহত হৈছে, বৈদেশিক মন্ত্রণালয়ৰ চৰকাৰী মুখপাত্ৰ সূত্ৰে খবৰ ।
অৰিন্দম বাগচিয়ে তেওঁৰ টুইটাৰত লিখিছে, “গভীৰ দুখেৰে আমি নিশ্চিত কৰিছো যে আজি পুৱা খাৰকিভত গুলিয়াগুলিত এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাইছে । মন্ত্ৰণালয়ে তেওঁৰ পৰিয়ালবৰ্গৰ লগত যোগাযোগ কৰিছে ।”
With profound sorrow we confirm that an Indian student lost his life in shelling in Kharkiv this morning. The Ministry is in touch with his family.
We convey our deepest condolences to the family.
— Randhir Jaiswal (@MEAIndia) March 1, 2022