গুৱাহাটী প্ৰেছ ক্লাৱত এছ ডি জৈন চেৰিটেৱল ক্লিনিকৰ সংবাদমেল

ক্লিনিকৰ উদ্যোগত প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলত দিব্যাংগৰ বাবে বিনামূলীয়া এল এন-৪ প্ৰস্থেটিক কৃত্ৰিম হাত সংৰূপন শিবিৰৰ আয়োজন ।

ভাৰত চৰকাৰৰ নেচনেল কেৰিয়াৰ ছাৰ্ভিছ চেণ্টাৰ ফৰ ডিফাৰেণ্টলি এবেল্ডৰ সহযোগত দুই এপ্ৰিলত ডিমাপুৰত অনুষ্ঠিত হ’ব শিবিৰ ।

যিসকলৰ কিলাকুটিৰ পৰা চাৰি ইঞ্চি তলৰ পৰা হাত কটা গৈছে সেইসকলৰ বাবেহে এই কৃত্ৰিম হাত ।

ইচ্ছুক সকলে তেওঁলোকৰ নাম ৯৪৩৬০-০২১৬১, ৯৪৩৬০১৩৪৮২ আৰু ৯৭০৬৮৩৮১১২ নম্বৰত ৩-১৭ মাৰ্চৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব ।

Exit mobile version