প্ৰথমবাৰৰ বাবে পৌৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ

Voting India 696x392 1 1642590521799 1642590527976

আজি পুৱা আঠ বজাৰ পৰা আৰম্ভ হৈছে ২৪ খন জিলাৰ পৌৰ নিৰ্বাচন ।

৮০খন জিলাৰ ৭৭ খনত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ।

তিনিখন জিলাত কোনো প্ৰতিদ্বন্দ্বী নোহোৱাকৈয়ে বিজেপিৰ জয় ।

পোন প্ৰথমবাৰৰ বাবে পৌৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰা হৈছে ।

৯৭৭টা ৱাৰ্ডৰ ২০৫৪টা ভোট কেন্দ্ৰত অনুষ্ঠিত হৈছে নিৰ্বাচন ।

Exit mobile version