দিনটোৰ ৰাশিফল

Image 2 1642769098318 1645369791863

মেষ : পৰিৱেশ অস্থিৰতা থাকিব পাৰে। শৰীৰ প্ৰতি সচেতন হওক, নতুন যােগাযােগৰ পৰা আনন্দিত হ’ব, কার্যক্ষেত্ৰত মাধ্যম, শুভ ৰং বগা শুভ সংখ্যা ৮।

বৃষ : খৰচ বৃদ্ধি, বিয়াৰ যােগাযােগত শুভ, কার্যক্ষেত্র মাধ্যম, শৰীৰ প্ৰতি নজৰ দিয়ক, বিদ্যাত মাধ্যম, শুভ ৰং, মাখন। শুভ সংখ্যা ৫।

মিথুন : মাতৃৰ শুভ, কর্মক্ষেত্ৰত জটিলতা, বিদ্যাত শুভ, ব্যয় বৃদ্ধি তুলসীৰ তলত পানী দিয়ক। শুভ ৰং গােলপীয়া। শুভ সংখ্যা ১।

কর্কট :মন দৃঢ়তা বৃদ্ধি, কর্মত উন্নতি। হতাশা আঁতৰিব, যানবাহন লাভ ইলেকট্রিকৰ পৰা সাৱধান। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৪।

সিংহ :দুষ্ট লােকৰ পৰা সাৱধান, গােপন শত্ৰু বৃদ্ধি, কার্যক্ষেত্ৰত উন্নতি, ভ্ৰমণত কষ্ট। শুভ ৰং সােণালী। শুভ সংখ্যা ৮।

কন্যা : কর্মত উন্নতি, নিজ স্থিতি অটুট ৰাখক, বন্ধুৰ পৰা উৎসাহ পাব দুখীয়াক অন্ন দান কৰক, শুভ ৰং ডাঠ নীলা। শুভ সংখ্যা ৩।

তুলা : কর্মত শুভ, আবেগত কোনাে সিদ্ধান্ত নলব, বিদ্যাত চেষ্টা কৰক ।ভ্রমণ দক্ষিণ দিশৰ পৰা কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৪।

বৃশ্চিক : কর্মস্থানত জটিলতা কমিব, সন্তানৰ শুভ, দূৰ ভ্ৰমণৰ যােগ দুপৰীয়া নিৰামিষ আহাৰ গ্ৰহণ কৰিব, শুভ ৰং বগা। শুভ সংখ্যা ৯।

ধনু:ব্যৱসায়ক উন্নতি, কর্মস্থানত উদাৰতা প্রকাশ, শৰীৰৰ উন্নতি, আনৰ কথাত গুৰুত্ব নিদিব। শুভ ৰং কমলা। শুভ সংখ্যা ৫।

মকৰ :কৰ্মত দক্ষতা, প্রতিভা বিকাশ, নতুন চিন্তাই আনন্দিত কৰিব ভ্ৰমণত শুভ, বিদ্যাত আনন্দ, সন্মান হানি হ’ব পাৰে। দাম্পত্যত শুভ শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।

কিম্ভ : কর্মত উন্নতি, বিদ্যাত আনন্দ, সন্মান হানি হ’ব পাৰে, দাম্পত্যত শুভ, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৬।

মীন :ভ্রাতৃৰ উন্নতি, দুষ্ট লােকৰ পৰা সাৱধান, ব্যয় বৃদ্ধি, ভ্ৰমণত সফল শৰীৰ উন্নতি, শুভ ৰং সােণালী। শুভ সংখ্যা ২।

Exit mobile version