দিনটোৰ ৰাশিফল

horoscope oct 11

মেষ : কর্মক্ষেত্ৰত আর্থিক লেনদেনত সাৱধান থাকিব। স্বামী-স্ত্রীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। উচ্চ শিক্ষার্থে বিদেশ যাত্রাৰ সম্ভাৱনা। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।

বৃষ : আয়-উপার্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বাে দেখা নাযায় ব্যৱসায়ত মধ্যম উন্নতি। প্রেম প্রণয়ত সুখ বৃদ্ধি পাব। শুভ ৰং গােলপীয়া, শুভ সংখ্যা ৯।

মিথুন : চাকৰি পৰিৱৰ্তনৰ পৰিকল্পনা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অর্জন কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্রেমত আন্তৰিকতা। শুভ ৰং নীলা, শুভ সংখ্যা

কর্কট :বিবাহৰ যােগাযােগ শুভ। বিদ্যার্থীৰ বাবে শুভ দিন। যানবাহন ক্রয় কৰিব পাৰে। সন্তানৰ কৃতিত্বই আনন্দিত হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

সিংহ:বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব। আর্থিক সমস্যাই বিব্রত কৰিব। নিবনুৱাৰ কৰ্ম লাভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

কন্যা : কর্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। ভূমিৰ বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে। প্ৰেমত অশান্তি। আর্থিক আশানুৰূপ ফল পাব। শুভ ৰং গােলপীয়া, শুভ সংখ্যা ৮।

তুলা : শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব। নতুন ব্যৱসায় সফলতা লাভ গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰিব। শুভ ৰং পাতল, শুভ সংখ্যা ৬।

বৃশ্চিক : ব্যৱসায়ত উন্নতিৰ বােগ। বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্রমণ দ্রব্য লাভ। প্ৰেমত ঘৰুৱা বাধা। কর্মক্ষেত্ৰত শুভ ফল পাম্ভ। শুভ ৰং মেৰুণ শুভ সংখ্যা ৪।

ধনু :আর্থিকত পােৱা কষ্টৰ কিছু হলেও লাঘৱ হ’ব। বিদ্যাত মধ্যম।দাম্পত্যত চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব। শুভ ৰং কমলা, শুভ সংখ্যা ৯।

মকৰ :বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত সুপুৰীয়াৰ পৰা সাৱধান থাকিব। দৈহিক ক্ষেত্রত শুভ ফল পাব। শুভ ৰং সেউজীয়া, সংখ্যা ৫।

কুম্ভ : আর্থিক উন্নতিত বাধা। বিদ্যাত যত্নৰ ক্ৰটি নকৰিব। শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব। চাকৰিয়ালৰ বাবে শুভ দিন। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।

মীন : ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্ৰত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।

Exit mobile version