দিনটোৰ ৰাশিফল

horoscope horoscopes astrology forecast reading 1251767

মেষ : আনৰ প্ৰতি আকোৰগােজ ভাৱ হ’ব পাৰে, কর্ম ব্যস্ততা বৃদ্ধি, প্রেম শুভ সম্পদ লাভ, শুভ ৰং মাখন, শুভ সংখ্যা ৮।

বৃষ :খৰচ বৃদ্ধি, ভ্ৰমণত শুভ, বন্ধুৰ পৰা উপকৃত হ’ব। সুস্থিৰ চিন্তাৰে সমস্যা সমাধান। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

মিথুন : ব্যৱসায়ত বাণিজ্যত শুভ, বিদ্যাত শুভ, শিক্ষাবিদ ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি। শুভ ৰং বগা, শুভ সংখ্যা ৬।

কর্কট :কার্য সিদ্ধি যুগ, পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, বন্ধুৰ পৰা উৎসাহ পাব। শিৱ মন্দিৰ দর্শন, শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।

সিংহ : শিৱ মন্দিৰ দৰ্শন কৰিব, কার্যসিদ্ধি, ভ্রমণ সোঁ ফালে কৰিব। পৰিশ্ৰমৰ উপযুক্ত মর্যাদা পাব, শুভ ৰং নীলা, শুভ সংখ্যা ২।

কন্যা : কর্মত নিষ্ঠা, সততা, দক্ষতা প্রকাশ পাব, প্রেমত মাধ্যম, আনক অন্যায় নকৰিব। ভ্ৰমণত শুভ, শুভ ৰং বেঙুণীয়া, শুভ সংখ্যা ১।

তুলা : জ্ঞানী লােকৰ সান্নিধ্য পাব, বেল গছৰ তলত চাকি জ্বলাওক। ব্যৱসায়ত উন্নতি, শুভ ৰং ক্রীম, শুভ সংখ্যা ৭।

বৃশ্চিক :কর্মসিদ্ধিত আনৰ প্ৰভাৱ পৰিব পাৰে, পানীৰ পৰা ভয়, শিক্ষাবিদ লেখিকা আদিৰ কর্মব্যস্ততা বৃদ্ধি, শুভ ৰং মেৰুণ, শুভ সংখ্যা ৪।

ধনু : কর্মস্থান, কিছু জটিলটা হ’ব পাৰে। পৰিৱেশৰ লগত মিলাই কাম কৰক, হুমুৰকৈ কাম নকৰিব। শুভ ৰং বগা, শুভ সংখ্যা ২।

মকৰ :শিং থকা জন্তুৰ পৰা সাৱধান হওক। প্রেম মাধ্যম, সংঘাট আঁতৰিব, কর্মত শুভ, বন্ধুৰ পৰা উৎসাহিত হ’ব। শুভ ৰং সােণালী, শুভ সংখ্যা ১।

কুম্ভ :শাৰীৰিক আৰু মানসিক শান্তি লাভ, জেদ ভাব মনলৈ নানিব। কর্মস্থান মাধ্যম, কলা গৰুক ৰুটি খুৱাক, শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

মীন :আনৰ প্রতি উদাৰতা প্রকাশ। কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি, প্ৰদূষণৰ পৰা কষ্ট হ’ব পাৰে। শিৱ মন্দিৰ দৰ্শন কৰক। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪

Exit mobile version