দিনটোৰ ৰাশিফল

horoscope oct 11

মেষ :এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো সেউজীয়া কাপােৰ পৰিধান কৰক। চুটি ভ্রমণ হ’ব পাৰে। শৰীৰ প্রতি যত্ন ৰাখিব। শুভ ৰং হালধীয়া

বৃষ : এই ৰাশিৰ জাতক-জাতিকাই উন্নতিৰ যােগ আছে। আর্থিকত ভাল। বন্ধুৰ পৰা সাৱধানে থাকিব। প্রেমত মাধ্যম। শুভ ৰং নীলা।

মিথুন : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো কর্মক্ষেত্ৰত নিজৰ অধিপত্য বজাই ৰখাত কৃতকার্য হ’ব। ব্যৱসায়ত ভালেই দেখা যায়।

কর্কট : স্ত্রীৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে। আর্থিক ভাল। বিশেষ কোনাে কর্মৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। বিদ্যার্থীৰ কাৰণে দিনটো শুভ।

সিংহ : এই ৰাশিৰ জাতক-জাতিকাৰ কোনাে কর্মৰ কাৰণে যাত্ৰা কৰিলে শুভ ফল পাব। খৰচৰ ক্ষেত্ৰত সতর্ক। প্রেম-প্রীতিত আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম হব।

কন্যা: আর্থিক ক্ষেত্ৰত লেনদেন কৰাত সতর্ক হ’ব। কোনাে মূল্যৱান বস্তু চুৰি হ’ব পাৰে। মূৰৰ বিষ আৰু চকুৰ বেমাৰ কষ্ট দিব পাৰে। শুভ ৰং বগা।

তুলা : আজিৰ দিনটোৰ প্রথম আম্ভণিতে গা ধােৱাৰ পাছত ৰঙা কাপােৰ পৰিধান কৰি ওঁ হীং হ্রীং শ্রীসূর্যাৰ নম : এই মন্ত্ৰটো ২০ বাৰ বৃপ কৰিব। প্ৰেমত হতাশা আনিব। দাম্পত্যত সুখ।

বৃশ্চিক : প্রেম-প্রীতিত আশানুরূপ ফল লাভ কৰিবলৈ সক্ষম হব। যানবাহনৰ পৰা সাৱধানে থাকিব। আজি নিৰামিষ খাব আৰু টেঙা নাখাব।

ধনু : অবৈধ উপায়েৰে ধন বৃদ্ধি। সন্তানৰ শুভ। ব্যৱসায়ত ভাল ফল পাব। শিল্পী-সাহিত্যিকৰ বাবে শুভ সময়। ন বাৰ দেৱী বগলামুখীৰ নাম কৰিব।

মকৰ : মকৰ ৰাশিৰ জাতক-জাতিকাৰ হালধীয়া কাপােৰ পৰিধান কৰি দেৱী লক্ষ্মী আৰু নাৰায়ণৰ পূজা-অর্চনা কৰিব। প্ৰেমত শুভ। উচ্চ শিক্ষাত বাধা দূৰ হ’ব।

কুম্ভ : ব্যৱসায় মন্থৰত্ৰ গতিত চলিব। দাম্পত্য আৰু প্রেম শুভ। বৈষয়িক উন্নতি হােৱাৰ কাৰকতা আছে। মাটিবাৰীৰ বিবাদৰ অন্ত পৰিব। মাতৃৰ অশুভ। চাকৰিয়াল ব্যক্তিৰসকলৰ পদ্দোনতিৰ সম্ভাৱনাৰ আছে।

মীন : এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আয় হ’ব, কিন্তু ব্যয়ে হ’ব। আপােনাৰ সন্তানৰ মানসিক বিকাশৰ লক্ষণে দেখা দিব। বিদ্যার্থী সকলৰ বাবেও দিনটো শুভ। শুভ ৰং আকাশী নীলা।

Exit mobile version