এবছৰে বেতনৰ পৰা বঞ্চিত হৈ আছে আধাৰ কাৰ্ড চেণ্টাৰৰ অপাৰেটৰ-চুপাৰভাইজাৰে

# কো-অৰ্ডিদিনেটৰ চুলেমান আলীয়ে ৫০ গৰাকী কৰ্মচাৰীক আদায় দিয়া নাই বেতন।

#সংবাদমাধ্যম তথা স্থানীয় আৰক্ষীৰ ওচৰত ভুক্তভোগীৰ মৌখিক অভিযোগ।

# গুৱাহাটীৰ ভগদত্তপুৰ থানাত ভুক্তভোগীক চুলেমান আলীৰ লিখিত প্ৰতিশ্ৰুতি।

Exit mobile version