মেষঃ এই ৰাশিৰ জাতক-জাতিকাই ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰিব । শিক্ষাৰ্থীসকলৰ বাবে ভাল । ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল ।
বৃষঃ বন্ধু বৰ্গৰ পৰা সাৱধানে থাকিব । চাকৰিৰ ক্ষেত্ৰত বৰ ভাল নহয় । ঘৰত কোনোবা মহান ব্যক্তিৰ আগমন ।
মিথুনঃ কৰ্মক্ষেত্ৰত শত্ৰু প্ৰতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব । বিদ্যাৰ্থীসকলৰ শুভ । যানবাহনৰ পৰা সাৱধান । ব্যৱসায়ৰ ক্ষেত্ৰত অতি অশুভ ।
কৰ্কটঃ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে । গণেশ মন্দিৰত পাঁচটি লাড়ু দান কৰিব । শিক্ষাৰ্থীয়ে ভবা মতে ফল নাপাব ।
সিংহঃ ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ । আৰ্থিক মধ্যম । বিদ্যাৰ্থীৰ শুভ । ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল ।
কন্যাঃ কোনো বন্ধুৰ কাৰণে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে । কৰ্মক্ষেত্ৰত সাফল্য আহিলেও আশানুৰূপ অৰ্থ আহিব ।
তুলাঃ বিভিন্নফালে মনৰ আশাপূৰ্ণও হোৱাৰ যোগ দেখা যায় । ভিক্ষাৰীক দান কৰিব । দূৰ ভ্ৰমণ ।
বৃশ্চিকঃ যানবাহনৰ পৰা সতৰ্ক থাকিব । বিবাহৰ যোগ প্ৰেমত অশুভ । বিদ্যাৰ্থীয়ে ভবা মতে ফল নাপাব । ভ্ৰমণৰ যোগ আছে ।
ধনুঃ গা ধোৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব । যাত্ৰা নকৰিব । চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে । সংসাৰৰ প্ৰতি নজৰ ৰাখিব । সৰু-সুৰা শাৰীৰিক সমস্যা হ’ব পাৰে ।
মকৰঃ ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব । ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব । বিদ্যাৰ্থীয়ে পঢ়াত মন দিলে আশা কৰা মতে ফল পাব ।
কুম্ভঃ প্ৰেমত শুভ । চাকৰিৰ ক্ষেত্ৰত বাধা । যানবাহনৰ পৰা সাৱধানে থাকিব । ঘৰৰ কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব ।
মীনঃ এই ৰাশিৰ জাতক-জাতিকাই ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু নিৰামিষ আহাৰ কৰিব । এজন ব্ৰাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব ।