RRR :দেশত এক দিনতে ১৫৬ কোটিৰ ব্যৱসায় ‘আৰ আৰ আৰ’

1648295426 new project 2022 03 26t161827 817

প্ৰথম দিনাই সকলো ভাৰতীয় চলচ্চিত্ৰৰ অভিলেখ ভংগ কৰিলে ‘আৰ আৰ আৰ’। ছবিখনে এদিনতে বিশ্বজুৰি ২২৩ কোটি টকাৰ ব্যৱসায় কৰিছে ।

সমগ্ৰ বিশ্বৰ ব্যৱসায়ৰ ক্ষেত্ৰত ২০১৭ চনৰ পৰা ভাৰতীয় চলচ্চিত্ৰত সৰ্বশ্ৰেষ্ঠ স্থান দশল কৰিছে এছ এছ ৰাজামৌলীৰ ‘বাহুবলী ২’ য়ে। ২০২২ চনত, সেই স্থান দখল কৰিলে একেজন পৰিচালকৰ অন্য এখন ছবি,’আৰআৰআৰ’।

বলীউড উদ্যোগৰ ছবি ১০ দিনৰ ভিতৰত যি লাভ নহয় সেই লাভ তেলেগু ছবিয়ে এদিনতে কৰিলে । অৱশ্যে, ছবিখন একেলগে পাঁচটা ভাষাত মুক্তি দিয়া হৈছে। তেলেগুৰ বাহিৰেও তামিল, কানাড়া, মালায়ালম, হিন্দীত মুক্তি দিয়া হৈছে।

Exit mobile version