দিনটোৰ ৰাশিফল

horoscope horoscopes astrology forecast reading 1251767

মেষ : এই ৰাশিৰ জাতক-জাতিকাই হালধীয়া ৰঙৰ কাপােৰ পৰিধান কৰিব। শিক্ষার্থীসকলৰ বাবে ভাল।ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল। শুভ সংখ্যা ২।

বৃষ : বন্ধুৰ বৰ্গৰ পৰা সাৱধানে থাকিব। চাকৰিৰ ক্ষেত্ৰত বৰ ভাল নহয়। ঘৰত কোনােবা মহান ব্যক্তি আগমন। শুভ ৰং ৰঙা, সংখ্যা ১।

মিথুন :কর্মক্ষেত্ৰত শত্ৰু প্ৰতি ক্ষতিৰ চেষ্টা কৰিব। বিদ্যার্থীসকলৰ শুভ। যান-বাহনৰ পৰা সাৱধান। ব্যৱসায়ৰ ক্ষেত্ৰত অতি অশুভ।

কর্কট :সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। গণেশ মন্দিত পাঁচটা লাডু দান কৰিব। শিক্ষার্থীয়ে ভবা মতে ফল নাপাব।

সিংহ :ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যােগ। আর্থিক মাধ্যম। বিদ্যার্থীৰ শুভ। ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল।

কন্যা : কোনাে বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্থ হ’ব পাৰে। কর্মক্ষেত্ৰত সাফল্য আহিলেও আশানুৰূপ অর্থ আহিব। শুভ ৰং গােলপীয়া, সংখ্যা ৮।

তুলা : বিভিন্ন ফালে মনৰ আশা পূর্ণ হােৱাৰ যােগ দেখা যায়। ভিক্ষাৰীক দান কৰিব। দূৰ ভ্ৰমণ। শুভ ৰং নীলা, সংখ্যা ২।

বৃশ্চিক : যান-বাহনৰ পৰা সর্তক থাকিব। বিবাহৰ যােগ। প্ৰেমত অশুভ বিদ্যার্থীয়ে ভবা মতে ফল নাপাব। ভ্ৰমণৰ যােগ আছে।

ধনু : গা ধুৰাৰ পাছত বেল গছৰ গুৰিত পানী চালিব। যাত্রা নকৰিব। চাকৰি ক্ষেত্ৰত আগবাঢ়িব পাৰে। সংসাৰৰ প্রতি নজৰ ৰাখিব। সৰু-সুৰা শাৰীৰিক সমস্যাল হ’ব পাৰে।

মকৰ : ভাল বেয়া মাজেৰে দিনটো পাৰ হ’ব। ক’লা কাপােৰ দান আৰু নিৰামিষ আহাৰ কৰিব। বিদ্যার্থীয়ে পঢ়াৰ মনােযােগ দিলে আশা কৰা মতে ফল পাব।

কুম্ভ : প্ৰেমত শুভ। চাকৰিৰ ক্ষেত্ৰত বাধা। যান-বাহনৰ পৰা সাৱধানে থাকিব। ঘৰৰ কোনাে ব্যক্তি শাৰীৰিক শাৰীৰিক সমস্যাত ভুগিব। শুভ ৰং বগা। সংখ্যা ৮

মীন : এই ৰাশিৰ জাতক-জাতিকাই ৰঙা বস্ত্র পৰিধান কৰিব আৰু নিৰামিষ আহাৰ কৰিব। এজন ব্রাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব।

Exit mobile version