জানেনে ঘেঁহুৰ এইসমূহ উপকাৰিতা

Benefits Of Wheat Bran Is It So Good

★শৰীৰত আঘাত পালে ঘেঁহু গছৰ পাত পিহি আঘাত পােৱা অংশত লগালে সােনকালে নিৰাময় হয়।

★ ঘেঁহু ব্যৱহাৰে যকৃত সবল কৰি ৰখাটো সহায় কৰে ।

★ৰাতি ঘেঁহু পানীত তিয়াই থৈ ৰাতিপুৱা সেই গজালি ওলােৱা ঘেঁহুৰ পানী খালে স্মৃতিশক্তি বৃদ্ধি হয়।

★ৰাতি তিয়াই থোৱা ঘেঁহুৰ পানী পুৱা দুচামুচ মিছিৰি স’তে মিহলাই খালে প্রস্রাৱৰ জ্বলন নােহােৱা হয়।

★তেজ পৰিষ্কাৰ কৰাতো সহায় কৰে ঘেঁহুৱে।

★শৰীৰৰ কোনো অংশত জুয়ে পুৰিলে ঘেঁহুৰ পৰা তৈয়াৰ কৰা আটা পানীত গুলি শৰীৰৰ পুৰা অংশত লগালে আৰাম পােৱা যায়।

★ঘেঁহুৱে আহাৰ হজম হােৱাতো সহায় কৰে।

★পাথৰি ৰােগৰ বাবেও ঘেঁহু অতি উপকাৰী।

★ঘেঁহু কেন্সাৰ ৰােগ প্ৰতিৰােধ কৰাতো সহায় কৰে।

Exit mobile version