দিনটোৰ ৰাশিফল

horoscope 2 1200 1 1 2

মেষ : পৰিবেশ অস্থিৰ হ’ব পাৰেত্র নতুন সংযােগ পাব পাৰে। খৰচ বৃদ্ধি, বস্তু লাভৰ যােগ , ভ্রমণ শুভ, শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ২।

বৃষ :খৰচ বৃদ্ধি, শুভ কৰ্মৰ যােগ, শৰীৰ মাধ্যম, কর্মক্ষেত্র কিছু জটিলতা সন্মুখীন হ’ব পাৰে। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৫।

মিথুন : মাতৃৰ শুভ, শৰীৰৰ মাধ্যম, সন্মান বৃদ্ধি, কর্মক্ষেত্ৰত শুভ, আয় বৃদ্ধি, শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।

কর্কট :মনৰ দৃঢ়তা বৃদ্ধি, কর্ম ব্যস্ততা বৃদ্ধি, শত্ৰু পৰা সাৱধান, শিৱ মন্দিৰত পূজা কৰক। দুখীয়াক বস্ত্র দান কৰক, শুভ ৰং মুগা। শুভ সংখ্যা ৪।

সিংহ :কর্মত মাধ্যম, নিজা সম্পাদৰ ওপৰত নজৰ ৰাখক। বন্ধুৰ পৰা সতর্ক হওক, ভ্ৰমণত কষ্ট, পাৰিবাৰীক বুজাবুজিৰ অভাৱ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।

কন্যা :নিজৰ স্থিতি অটুট ৰাখিব, কর্মত মাধ্যম, শৰীৰ যত্ন লওক। বন্ধুৰ পৰা উৎসাহ পাব, ভ্ৰমণত কষ্ট। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৩।

তুলা : কর্মত শুভ, ধৈর্যৰ সুফল, বিদ্যাত শুভ, ভ্ৰমণত শুভ বিদ্যাত প্রতি যত্ন লওক। শুভ ৰং বগা। শুভ সংখ্যা ১।

বৃশ্চিক : পদ্দোন্নতিৰ যুগ, ধনৰ লালসা বৃদ্ধি, পিছবেলা যানবাহনৰ পৰা সাৱধান হওক। অর্থ নাশ হ’ব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।

ধনু : কৃতিত্ব লাভৰ যুগ, শিল্পী, বিজ্ঞানী, ৰাজনৈতিকবিদ সন্মান বৃদ্ধি,বিদ্যা বুদ্ধিৰ শুভ, শুভ ৰং মাখন। শুভ সংখ্যা চাৰি।

মকৰ : আশা কৰা মতে, সুফল পাব, আনে অতিষ্ঠ কৰিব পাৰে, ভ্ৰমণত শুভ, ধর্মগুৰু দর্শনে আনন্দিত কৰিব, ধনৰ চিন্তা বৃদ্ধি, শুভ ৰং বগা। শুভ সংখ্যা ৫।

কুম্ভ : ধন আগমনৰ যুগ, শত্রু নাশ, জ্ঞানী লােকৰ পৰা উৎসাহ পাব, কর্মস্থান মাধ্যম, বিদ্যাত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।

মীন:অর্থ লাভ, ভ্ৰমণত শুভ, সময় অপচয় নকৰিব, মানসিক স্থিতি দুর্বল, সম্পদ লাভ, শুভ ৰং মুগা। শুভ সংখ্যা ২।

Exit mobile version